কৰ’ণা প্ৰভাৱঃ দিল্লীত অনুষ্ঠিত নহয় IPLৰ মেচ, চৰকাৰে বাতিল কৰিলে প্ৰতিখন চেমিনাৰ
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই শুকুৰবাৰে ঘোষণা কৰিলে যে ৰাজধানীত কোনোধৰণৰ সন্মিলন বা চেমিনাৰ আয়োজন কৰাত বাধা প্ৰদান কৰা হৈছে
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই শুকুৰবাৰে ঘোষণা কৰিলে যে ৰাজধানীত কোনোধৰণৰ সন্মিলন বা চেমিনাৰ আয়োজন কৰাত বাধা প্ৰদান কৰা হৈছে
দিল্লী কা বিৰোধী হিংসাত এগৰাকী আৰক্ষী কণিষ্টবলসহ ৪২জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ২৫০জনতকৈও অধিক লোক আহত হয়। লাহে লাহে শান্ত হৈছে ৰাজধানী দিল্লী। দিল্লী ক্রমাৎ… Read More »দিল্লীত মেট্ৰ’ ষ্টেচনত ‘গুলী মাৰো’ শ্লোগান দি আৰক্ষীৰ জালত ৬ যুৱক
এই ঘটনাটোৰ পিছতে BSFয়ে জোৱানজনক দিল্লীৰ মুখ্য কাৰ্যালয়লৈ মাতি পঠিয়াই। BSFয়ে জোৱানজনক সহায় কৰাৰ কথা ঘোষণা কৰে
বঁটা গ্রহণৰ পূর্বে যাদৱ পায়েঙে দিল্লীত মহাত্মা গান্ধীৰ সমাধিথলী ৰাজঘাটত কৰিব বৃক্ষৰোপণ
গুৰুতৰভাৱে আহত হৈ আছে ৫৬গৰাকী আৰক্ষীসহ প্ৰায় ২০০ প্ৰতিবাদকাৰী লোক
দিল্লীৰ ভজপুৰাত BSFয়ে সমদল উলিয়াই। সেই স্থানতে প্ৰতিবাদকাৰীয়ে এটা পেট্ৰ’ল পাম্পত অগ্নিসংযোগ কৰিছিল আৰু বাহনসমূহ ভাঙি চূৰমাৰ কৰিছিল
মুছলমানৰ সৈতে নিবিড়ভাৱে কাম কৰিছে নৰেন্দ্ৰ মোদীয়ে
কেইবাঠাইতো সান্ধ্য আইন জাৰি কৰাৰ লগতে দেখিলেই গুলিওৱাৰ নিৰ্দেশ
কালিৰ ‘কা’ বিৰোধী প্ৰতিবাদত আহতৰ সংখ্যাই অতিক্ৰম কৰিলে ১৬০ৰো অধিক সংখ্যা
দুয়োপক্ষৰ মাজত গুলিচালনাও হয় এই সংঘৰ্ষত