Home » নলবাৰী

নলবাৰী

মাতৃৰ চিকিৎসাৰ বাবে প্ৰয়োজন ৮ লক্ষাধিক টকা; সহায় বিচাৰি কাতৰ আহ্বান পুত্ৰ-কন্যাৰ

হঠাতে ব্ৰেইন ষ্টোকত আক্ৰান্ত হৈ মহিলাগৰাকী মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ICUৰ বিছনাত যুঁজিছে জীৱন-মৃত্যুৰে

সোণোৱাল চৰকাৰ হত্যাকাৰী চৰকাৰ,এই চৰকাৰৰ মুখত শান্তিৰ কথাই শোভা নাপায়: হিমান বৰ্মন

৬ জানুৱাৰীত জাতিধ্বংসী আইন ‘কা’ বাতিল কৰা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত ‘গণ অনশন’ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব

Photo Credit: Time8

নলবাৰীৰ নালন্দা পাব্লিক স্কুলত সহপাঠীয়ে গতিয়াই মূৰ ফালিলে ৭ বছৰীয়া ছাত্ৰৰ

পূৰ্বতেও বিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে বিভিন্ন ঘটনা সংঘটিত হৈছিল অনা অসমীয়াৰ ৰাজত্বত থকা এইখন বিদ্যালয়ত