Home » নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইন

দিল্লী হিংসাঃ নিহতৰ সংখ্যা ২২লৈ বৃদ্ধি, নলাত উদ্ধাৰ IB কৰ্মচাৰীৰ মৃতদেহ, ৫ IPS বিষয়াক বদলি

হিংসা প্ৰভাৱ পৰা এলেকাসমূহত প্ৰতিবাদ সাব্যস্ত কৰা দেখিলে গুলি চলোৱাৰ আদেশ প্ৰদান কৰে আৰক্ষীসকলক

CAA বিৰোধী প্ৰতিবাদঃ দিল্লীৰ ভজনপুৰাত সংঘাত, দিল্লী আৰক্ষীৰ হেড কনিষ্টবল নিহত

ৰতনলাল গোকুলপুৰী থানাত নিয়োজিত হৈ আছিল। পৰিস্থিতি অতি বিষম হৈ পৰাত ঘটনাস্থলীত অৰ্ধসামৰিক বাহিনীক নিয়োগ কৰা হয়

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্যাক হত্যা কৰা আৰু লাভ কৰা ১০ লাখ টকাৰ পুৰস্কাৰঃ শ্ৰীৰাম সেনা

পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ পিছতেই অমূল্যাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হয় আৰু যুৱতীগৰাকী বৰ্তমান আৰক্ষীৰ ন্যায়িক জিম্মাত আছে

পুনৰ বন্ধি কৰি দিয়া হ’ল কালিন্দীকুঞ্জৰ পৰা ফৰিদাবাদ-জেটপুৰ যোৱা পথ

দৰাচলতে শুকুৰবাৰ পুৱা কালিন্দীকুঞ্জৰ পৰা ফৰিদাবাদ যোৱা পথটোত বাছ এখনৰ যান্ত্ৰিক বিজুতি ঘটি ৰাস্তাতে বন্ধ হৈ পৰে ফলত যথেষ্ট যান-জঁটৰ সৃষ্টি হয়

নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ শ্বাহীন বাগৰ প্ৰতিবাদকাৰীৰ, ক’লে- আজি আমাৰ সৈতে ‘ভেলেণ্টাইন ডে’ উদযাপন কৰক

শ্বাহীন বাগত এজন প্ৰতিবাদকাৰী তাছীৰ আহমেদে ক’লে, প্ৰধানমন্ত্ৰী বা অমিত শ্বাহ আহক বা অন্য কোনো লোক, তেওঁলোক আহিব পাৰে আৰু আমাৰ সৈতে কথা পাতক