Skip to content
Home » নাগৰিকত্ব সংশোধনী আইন » Page 3

নাগৰিকত্ব সংশোধনী আইন

CAA-NRCৰ বিৰুদ্ধে বাংলা শিল্পীৰ এক অভিনৱ প্ৰতিবাদ, ‘কাগজ আমৰা দেখাব’ না’

কবি বৰুণ গ্ৰোভাৰৰ ‘কাগজ হাম নেহী দিখায়েংগে’ নামৰ হিন্দী কবিতাটিৰ বঙালী অনুবাদ কৰি এইদৰে ভিডিঅ’ তৈয়াৰ কৰা হৈছে

‘মই CAA, NRC আৰু NPR প্ৰত্যাহাৰ কৰাৰ অনুৰোধ জনাইছো’- প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছত মন্তব্য মমতা বেনাৰ্জীৰ

CAAৰ সপক্ষে কেন্দ্ৰত বিজেপিয়ে অব্যাহত ৰাখিছে অভিযান আনহাতে TMCৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে ধাৰাবাহিকভাৱে CAAৰ বিৰুদ্ধে কৰিছে ৰোড শ্ব’

ডঃ নগেন শইকীয়া-ডঃ হীৰেণ গোহাঁইয়ে ‘কা’ সন্দৰ্ভত ভুৱা প্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্ত কৰিছেঃ বিমল বড়া

হীৰেণ গোঁহাইয়ে বাংলাদেশৰ হিন্দু নাগৰিকক ভাৰতত নাগৰিকত্ব দিব লাগে বুলি বাতৰি কাকতত লিখি এতিয়া কিয় দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলি ক্ষোভ প্ৰকাশ টিংখাঙৰ বিধায়কৰ

সৰ্বানন্দ সোণোৱালৰ সুমতিৰ লগতে ‘কা’ ৰ বিৰুদ্ধে কাকপথাৰত ভকত-বৈষ্ণৱৰ আধ্যাত্মিক প্ৰতিবাদ

অসমীয়া ৰাইজক দিয়া দুখ সৰ্বানন্দ সোণোৱালেও ভূগিব লাগিব বুলি ক্ষোভ উজাৰে কেইবাগৰাকীও নব্বৈ উৰ্দ্ধৰ বৃদ্ধাই

মুখ্যমন্ত্ৰীৰ বাসস্থান চাবুৱাত আজি আছুৰ ‘জনতাৰ সকীয়নি’

কা অতি শীঘ্ৰে বাতিল কৰক, কা আমি নামানো, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ওলাই আহিছে কা বিৰোধী প্ৰতিবাদী

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp