CAAৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কেৰালা চৰকাৰ, কেৰালাত কাৰ্যকৰী নহ’ব CAA আৰু NRC
মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে ইয়াকো কয় যে, CAA আৰু NRCয়ে ধৰ্মনিৰপেক্ষতাত আঘাট হানিছে
মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে ইয়াকো কয় যে, CAA আৰু NRCয়ে ধৰ্মনিৰপেক্ষতাত আঘাট হানিছে
কবি বৰুণ গ্ৰোভাৰৰ ‘কাগজ হাম নেহী দিখায়েংগে’ নামৰ হিন্দী কবিতাটিৰ বঙালী অনুবাদ কৰি এইদৰে ভিডিঅ’ তৈয়াৰ কৰা হৈছে
CAAৰ সপক্ষে কেন্দ্ৰত বিজেপিয়ে অব্যাহত ৰাখিছে অভিযান আনহাতে TMCৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে ধাৰাবাহিকভাৱে CAAৰ বিৰুদ্ধে কৰিছে ৰোড শ্ব’
‘বিজেপি চৰকাৰ হায় হায়’ ধ্বনিৰে উত্তাল কৰি তোলে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ
হীৰেণ গোঁহাইয়ে বাংলাদেশৰ হিন্দু নাগৰিকক ভাৰতত নাগৰিকত্ব দিব লাগে বুলি বাতৰি কাকতত লিখি এতিয়া কিয় দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলি ক্ষোভ প্ৰকাশ টিংখাঙৰ বিধায়কৰ
অসমীয়া ৰাইজক দিয়া দুখ সৰ্বানন্দ সোণোৱালেও ভূগিব লাগিব বুলি ক্ষোভ উজাৰে কেইবাগৰাকীও নব্বৈ উৰ্দ্ধৰ বৃদ্ধাই
কা অতি শীঘ্ৰে বাতিল কৰক, কা আমি নামানো, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ওলাই আহিছে কা বিৰোধী প্ৰতিবাদী
‘কা’ৰ প্ৰতিবাদেৰে চুতীয়া ছাত্ৰ সন্থাৰ ১২ ঘন্টীয়া অনশন