তিনিচুকীয়াত ২০ সহস্ৰাধিকৰ “গণ গৰ্জন”
এই সমদলত প্ৰায় সংখ্যক মানুহেই জাতিগত সাজপোচাক পৰিধান কৰি আগভাগ লোৱা পৰিলক্ষিত হয়
এই সমদলত প্ৰায় সংখ্যক মানুহেই জাতিগত সাজপোচাক পৰিধান কৰি আগভাগ লোৱা পৰিলক্ষিত হয়
এই আইন খনে মানৱতাৰ বিৰুদ্ধাচৰণ কৰিছে
আৱদ্ধ ভক্ত সকলে এতিয়া বাস কৰিছে শংকৰদেৱ নামঘৰ, অসম যাত্ৰী নিৱাস আৰু অন্য সেৱা আশ্ৰম সমুহত
শান্তি ভাৱে ভাগলোৱা এই সমদলত কেৱল প্লেকাৰ্ড লৈ এটাও শব্দ নকৰাকৈয়ে জনতা আগবাঢ়ে ৰাজপথে ৰাজপথে
CAAৰ বিৰুদ্ধে আছুয়ে লেখ আবেদন কৰিলে উচ্চতম ন্যায়ালয়ত আৰু ইতিমধ্যেই উচ্চতম ন্যায়ালয়ত গোচৰ পঞ্জীয়ন হৈছে CAAৰ বিৰুদ্ধে