Skip to content
Home » নাগৰিকত্ব সংশোধনী বিধেয়ক

নাগৰিকত্ব সংশোধনী বিধেয়ক

Guwahati Municipal Elections: PM thanks voters for giving resounding mandate to BJP

CAB: ঝাৰখণ্ডৰ পৰা অসমলৈ মেছেজ, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে- মোৰ ওপৰত বিশ্বাস ৰাখক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে মই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যখ আশ্বাস দিছো যে অসমসহ প্ৰতিখন ৰাজ্যৰ পৰম্পৰা, সংস্কৃতি, ভাষাত কোনোধৰণৰ প্ৰভাৱ নপৰিব

ৰাজ্যৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট; অসমীয়াতে কৰিলে টুইট

CAB গৃহীত হোৱাৰ পিছতে অসমবাসীক টুইটাৰযোগে আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিধেয়কখন গৃহীত হোৱাৰ বাবে চিন্তিত নহ’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে

মুছলমানসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই, তেওঁলোক নাগৰিক আছিল, আছে আৰু থাকিবঃ অমিত শ্বাহ

গৃহ মন্ত্ৰীগৰাকীয়ে ক’লে যে এই বিলখনৰ আধাৰত যমৰ যাতনা ভুগি থকা কোটি কোটি লোকৰ মনত নতুন আশা সঞ্চাৰ হ’ব

Photo: Time8

CABৰ বিৰোধিতাৰ সময়তে ত্ৰিপুৰাত ২ মহীয়া কণমানিৰ মৃত্যু

ছিপাহীজলা জিলাৰ বিশ্ৰামগঞ্জত দুটা দলৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ৪ ৰাউণ্ড শূন্যলৈ গুলী চলাবলৈ বাধ্য হয়

ৰাজ্যসভাত বিলৰ আলোচনা আৰম্ভ; অমিত শ্বাহে ক’লে- কোটি কোটি লোক লাভৱান হ’ব

কংগ্ৰেছৰ তৰফৰ পৰা আনন্দ শৰ্মাই ক’লে পূৰ্বৰ আৰু বৰ্তমানৰ বিলৰ মাজত যথেষ্ট পাৰ্থক্য আছে, সকলোৰে সৈতে আলোচনাৰ কৰাৰ যি দাবী জনাইছে তাত মই একমত নহয়। ইতিহাসত কি হ’ব সেয়া সময়েহে ক’ব

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp