Skip to content
Home » নিহত

নিহত

বাঘজানত নিহত ২ অইল কৰ্মচাৰীৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল

অগ্নিকুণ্ড বাঘজানত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটিছিল ২ নিষ্ঠাবান অইলৰ কৰ্মচাৰীৰ। দাওদাওকৈ জ্বলি থকা জুই নিৰ্বাপনৰ সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ অঘটন।

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ সংঘৰ্ষ, ৯জন নিহত

কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এলেকাটোত বৃহৎ সংখ্যক আৰক্ষী নিয়োজিত কৰা হৈছে। স্কৰপিঅ’ৰ সন্মুখভাগ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে

বৃহৎ সফলতা; নবাকদল সংৰ্ঘষত হিজবুলৰ শীৰ্ষ কমাণ্ডাৰ জুনেইদসহ ২ সন্ত্ৰাসবাদী নিহত, ৩জন নিৰাপত্তাৰক্ষী আহত

শ্ৰীনগৰৰ ডাউন-টাউনত সংঘটিত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত এই ২ হিজবুল সন্ত্ৰাসবাদী। জুনেইদ আছৰফ খান শ্ৰীনগৰৰ আৰু তাৰিক আহমেদ শ্বেখ পুলৱামাৰ বাসিন্দা

চত্তীশগড়ত আৰক্ষী আৰু নক্সালবাদীৰ সংঘৰ্ষত শ্বহীদ উপ-পৰিদৰ্শক, ৪ নক্সালবাদী নিহত

এই সংঘৰ্ষত উপ-পৰিদৰ্শক শ্যাম কিশোৰ শৰ্মা শ্বহীদ হয়। এই সংঘৰ্ষত আৰক্ষীৰ যথেষ্ট লোকচান হয় যদিও ৪ নক্সালবাদীও নিহত হয়। এই নক্সালবাদী কেইটাৰ ওপৰত লাখ টকাৰ পুৰষ্কাৰ আছিল

মহাৰাষ্ট্ৰত বিস্ফোৰণ ছেনিটাইজাৰ-হেণ্ডৱাছ প্ৰস্তুত কৰা ফেক্টৰী, ২জন নিহত

আৰক্ষী বিষয়াই জনোৱা অনুসৰি, পালঘৰৰ তাৰাপুৰস্থিত এটা কেমিকেল ফেক্টৰীত সোমবাৰে সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা

ভাৰতত কৰ’ণা ভাইৰাছত নিহতৰ সংখ্যা ৩৮, কৰণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ১,৬০০ৰ ঘৰ

জামাতত অংশগ্ৰহণ কৰা ৯৩জন লোক কৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে যদিও জমাতত অংশ লোৱা ১০জনে হেৰুৱাইছে প্ৰাণ

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp