উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ সংঘৰ্ষ, ৯জন নিহত
কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এলেকাটোত বৃহৎ সংখ্যক আৰক্ষী নিয়োজিত কৰা হৈছে। স্কৰপিঅ’ৰ সন্মুখভাগ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে
কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এলেকাটোত বৃহৎ সংখ্যক আৰক্ষী নিয়োজিত কৰা হৈছে। স্কৰপিঅ’ৰ সন্মুখভাগ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে
নিহত লোককেইগৰাকীৰ ভিতৰত ৪জন পুৰুষ, ৬ গৰাকী মহিলা আৰু এটি শিশু আছিল
স্কৰপিঅ’ গাড়ী আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো
বৰ্তমানলৈ মৃতদেহকেইটা চিনাক্তকৰণ হোৱা নাই
আৰক্ষীয়ে জনোৱা অনুসৰি অভিনেত্ৰী শ্বাৱানা আজমীৰ বাহন আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ বাহনৰ চালকজনো দুৰ্ঘটনাটোত আহত হয়
দুৰ্ঘটনাটোত বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয়। আহত বাইক আৰোহী ছাইদুল ইছলামক স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে
ট্ৰাকখনৰ নম্বৰ AS O1 LC 1636 আৰু বাইকৰ নম্বৰ AS 25 M7034
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 02 AC 0736 আৰু টেম্পুখনৰ নম্বৰ AS 02E6152
নিহত বাছখনৰ হেন্দিমেনৰ নাম ঘিলামৰা ঢাপলিয়াল গাঁৱৰ হিৰণ্য চুতীয়া