Skip to content
Home » প্ৰতিবাদকাৰী

প্ৰতিবাদকাৰী

দিল্লী হিংসাঃ প্ৰতিবাদকাৰীয়ে ভাঙিলে ৱ্লেকবৰ্ড, জ্বলালে লাইব্ৰেৰী আৰু স্কুল, চাওক ফটো

উল্লেখ্য যে উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত বৰ্তমানলৈ ৩৯জন লোকে প্ৰাণ হেৰুৱাইছে। ২০০জনতকৈ অধিক হাস্পতালত ভৰ্তি

শ্বাহীন বাগঃ উচ্চতম ন্যায়ালয়ে আজি নুশুনাই সিদ্ধান্ত; ২৩ মাৰ্চত পৰৱৰ্তী শুনানি

শ্বাহীন বাগত CAA আৰু NRCৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে ২ মাহতকৈ অধিক সময় অতিক্ৰম কৰিছে। কিন্তু প্ৰতিবাদকাৰীসকল নিজৰ দাবীত অটল

নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ শ্বাহীন বাগৰ প্ৰতিবাদকাৰীৰ, ক’লে- আজি আমাৰ সৈতে ‘ভেলেণ্টাইন ডে’ উদযাপন কৰক

শ্বাহীন বাগত এজন প্ৰতিবাদকাৰী তাছীৰ আহমেদে ক’লে, প্ৰধানমন্ত্ৰী বা অমিত শ্বাহ আহক বা অন্য কোনো লোক, তেওঁলোক আহিব পাৰে আৰু আমাৰ সৈতে কথা পাতক

দিল্লীঃ জামিয়াত পুনৰ ছাত্ৰৰ প্ৰতিবাদ, দৰিয়াগঞ্জ হিংসাত গ্ৰেপ্তাৰ প্ৰতিবাদকাৰীক ১৪ দিনৰ জেল

এই প্ৰতিবাদীৰ মাজতে দৰিয়াগঞ্জ থানাৰ বাহিৰত থিয় হৈ থকা বাহনতো অগ্নিসংযোগ কৰে। ইয়াৰ পিছতে প্ৰতিবাদাকাৰীৰ ওপৰত চলাই লাঠি

Photo : Time8

ডিমৌত CABৰ বিৰুদ্ধে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সমূহীয়া মুণ্ডণ

হিমন্ত বিশ্ব শৰ্মা গ’বেগ , সৰ্বানন্দ সোণোৱাল মূর্দা বাদ, বিজেপি চৰকাৰ গ’বেগ, অমিত শ্বাহ মূর্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্লোগানৰে উত্তাল প্রতিবাদ প্ৰতিবাদকাৰীৰ

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp