Skip to content
Home » প্ৰতিবাদ

প্ৰতিবাদ

নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ শ্বাহীন বাগৰ প্ৰতিবাদকাৰীৰ, ক’লে- আজি আমাৰ সৈতে ‘ভেলেণ্টাইন ডে’ উদযাপন কৰক

শ্বাহীন বাগত এজন প্ৰতিবাদকাৰী তাছীৰ আহমেদে ক’লে, প্ৰধানমন্ত্ৰী বা অমিত শ্বাহ আহক বা অন্য কোনো লোক, তেওঁলোক আহিব পাৰে আৰু আমাৰ সৈতে কথা পাতক

CAA-NRCৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত জামিয়া ছাত্ৰ আৰু আৰক্ষীৰ মাজত সংঘাত, আহত কেইবাজনো

আৰক্ষীয়ে হোলা ফেমেলী হাস্পতালৰ সমীপত প্ৰতিবাদকাৰীসকলক লাঠীচালনা কৰে। প্ৰতিবাদকাৰীক উভতাই পঠাবলৈ এই প্ৰক্ৰিয়া হাতত লৈ যদিও প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী ত্যাগ নকৰে

পশ্চিমবংগঃ CAAৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ সময়ত বোমা নিক্ষেপ, ২ লোক নিহত

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সংঘাতৰ সময়ত দুজন লোক নিহত হয় আৰু এজন আহত হয়। আহত লোকজনক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp