Home » প্ৰতিবাদ » Page 2

প্ৰতিবাদ

CAAৰ সমৰ্থনত প্ৰতিবাদ কৰা বিজেপি নেতাক মহিলা কালেক্টৰৰ পূৰ্ণহতীয়া চৰ, চাওক VIDEO

ইয়াৰ মাজতে মহিলা বিষয়াক অভদ্ৰ আচৰণ আৰু তেওঁলোকৰ কাপোৰ ধৰাৰো ঘটনা সংঘটিত হয়। SDM প্ৰিয়া বৰ্মাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই। কেইবাজনো প্ৰতিবাদকাৰীক মাটিত বহিবলৈও কয়

আপুনি এনেকুৱা ব্যৱহাৰ কৰিছে, যেন জামা মছজিদ পাকিস্তানত আছে; চন্দ্ৰশেখৰ আজাদৰ জামিন আৱেদনৰ শুনানিত চৰকাৰী অধিবক্তাক ক’লে ন্যায়াধীশে

CAA-NRCৰ বিৰোধিতা কৰিবলৈ জামা মছজিদৰ সমীপত বিৰোধিতা আৰু ধৰ্ণাৰ বাবে আজাদে আহ্বান জনাইছিল, এই সন্দৰ্ভত ন্যায়াধীশে সুধিলে, ‘প্ৰতিবাদত ভুল কি আছে? বিৰোধিতা কৰাত ভুল কি? বিৰোধিতা কৰা এক সাংবিধানিক অধিকাৰ

দুঃখবৰ! কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনাৰ পিছতে কাগজকলৰ কৰ্মচাৰীৰ হাহাকাৰ

এই জাননীৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ মাজত। আজি পাছগ্ৰামৰ কাছাৰ কাগজ কলত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে