Home » প্ৰতিবাদ » Page 4

প্ৰতিবাদ

Photo: Time8

CABৰ বিৰোধিতাৰ সময়তে ত্ৰিপুৰাত ২ মহীয়া কণমানিৰ মৃত্যু

ছিপাহীজলা জিলাৰ বিশ্ৰামগঞ্জত দুটা দলৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ৪ ৰাউণ্ড শূন্যলৈ গুলী চলাবলৈ বাধ্য হয়

বৰপেটাৰ চেঙাত কেৰেপ কৰা নাই ১৪৪ ধাৰা; প্ৰতিবাদত উত্তাল বৰপেটা

যদি কেব বাতিল নহয় তেতিয়া ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি চেঙা আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰক সকিয়নী প্ৰদান কৰে

Photo Credit: @prakashadhikari

তেজেৰে পোষ্টাৰ লিখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ CAB প্ৰতিবাদ

ছাত্ৰ সমাজে আন্দোলনত অংশ ল’ব নোৱাৰিব বুলি অসম চৰকাৰৰ শিক্ষা বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো মনে মনে বহি নাথাকিল ছাত্ৰ সমাজ

Photo : Time8

ছাত্ৰ-ছাত্ৰীৰ আন্দোলন দমন কৰিবলৈ চেষ্টা নকৰিব; কাৰণ আপোনালোক ছাত্ৰ আন্দোলন কৰিয়ে মুখ্যমন্ত্ৰী, মন্ত্ৰী হৈছেঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আছুৱে গৃহমন্ত্ৰীক বিষয়টো সন্দৰ্ভত স্পষ্টকৈ বুজাই অহাৰ পিছতো পতিয়ন যোৱাকৈ বুজাব নোৱাৰা বুলি কেন্দ্ৰই কৈ আছে। গৃহমন্ত্ৰীক মুকলি যুক্তি তৰ্কলৈ open challenge কৰিছো

Photo : Time8

শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

বহু কেইখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জাকে জাকে কেব বিৰোধী প্ৰতিবাদ কৰিবলৈ ওলাই অহাত এঘন্টা ধৰি জিলা সদৰ গড়মূৰত স্তব্ধ হৈ পৰে জনজীৱন