Home » প্ৰতিবাদ » Page 5

প্ৰতিবাদ

Photo: Time8

নগাঁৱত অনশনত বহিছে কংগ্ৰেছ, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ

অসম চুক্তি ভংগ কৰিব পৰা কোনো আইন কংগ্ৰেছে মানি নলয় বুলি মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ

Photo : Time8

ডিমৌত CABৰ বিৰুদ্ধে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সমূহীয়া মুণ্ডণ

হিমন্ত বিশ্ব শৰ্মা গ’বেগ , সৰ্বানন্দ সোণোৱাল মূর্দা বাদ, বিজেপি চৰকাৰ গ’বেগ, অমিত শ্বাহ মূর্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্লোগানৰে উত্তাল প্রতিবাদ প্ৰতিবাদকাৰীৰ

Photo : Time8

ডিমৌত CABৰ বিৰুদ্ধে আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ বিক্ষোভ কাৰ্যসূচী

ডিমৌ ৰাজহুৱা বাছ আস্থানত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘন্টা জোৰা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ অঞ্চলটোৰ বহু ছাত্র কৰ্মীৰ

Photo: Time8

মজিয়াত শুই নতুন ভূমি নীতিৰ বিৰোধিতা বিধায়ক শ্বেৰমান আলীৰ

বিধানসভাৰ প্ৰৱেশদ্বাৰত ৪৫ নং বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিবাদ। নতুন ভূমি নীতি বিৰোধিতা কৰাৰ বাবে বিধানসভাৰ পৰা বহিষ্কাৰৰ পিছতে এইদৰে প্ৰতিবাদত নামে বিধায়ক… Read More »মজিয়াত শুই নতুন ভূমি নীতিৰ বিৰোধিতা বিধায়ক শ্বেৰমান আলীৰ

Photo: Time8

বায়ুসেনাৰ চাকৰি ত্যাগ কৰি চাইকেল যাত্ৰাৰে কেবৰ তীব্ৰ প্ৰতিবাদত নমা কোন এই যুৱক?

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত অংশ ল’বলৈ বায়ু সেনা বাহিনীৰ পৰা স্বেচ্ছাই অৱসৰ লৈছে হিমাংশু গগৈয়ে

Photo : Time8

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি আছুৰ উত্তাল প্ৰতিবাদ; হেলিকপ্টাৰৰে পলায়ন মুখ্যমন্ত্ৰীৰ

বাইক ৰেলী কৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ যোৱা আছু দলক প্ৰশাসনে চেষ্টা কৰিছিল ৰুধিবলৈ কিন্তু বিফল হয়। মুখ্যমন্ত্ৰীৰ গৃহৰ সমীপত প্ৰতিবাদকাৰীক আগুচি ধৰিছিল চৰকাৰৰ প্ৰশাসনে কিন্তু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ফালি মুখ্যমন্ত্ৰী গৃহৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ

Time8

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ত নিষিদ্ধ হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল; কেবৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে ছাত্ৰ সমাজ

৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথতেই সকলোৰে চকুত পৰা কৈ আঁৰিব মুখ্যমন্ত্ৰীৰ নিষিদ্ধ ঘোষণাৰ বৃহৎ বেনাৰ