Home » প্ৰতিবাদ » Page 6

প্ৰতিবাদ

পিয়াঁজৰ মালা হাতত লৈ পিন্ধাবলৈ আমিনুল ইছলামে কাক বিচাৰি ফুৰিছে বিধানসভাত?

এতিয়া বিৰাট কোহলীৰ চেঞ্চুৰীৰ দৰে পিয়াঁজেও চেঞ্চুৰি কোবাইছে, তাৰ পিছতে পূৰ্বে পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ কৰাসকলৰ সন্ধান নাই, ‘পিয়াঁজ বাবা কি জয়’ বুলি কৈ দামবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে চৰকাৰক সমালোচনা আমিনুল ইছলামৰ

Photo credit: Time8

পুনৰ মৰেল পুলিচিঙে প্ৰাণ কাঢ়িলে নিৰীহ যুৱকৰ; ক’ত এই অঘটন ?

পৰৱৰ্তী পৰ্যায়ত দোষীৰ উচিত শাস্তিৰ দাবীত ৰাজপথলৈ উলাই আহে শ শ উত্তেজিত জনতা ৷ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথত। উত্তেজিত ৰাইজক শান্ত কৰিবলৈ জিলাখনৰ উচ্চপদস্থ প্ৰশাসনিক বিষয়া ঘটনাস্থলীত আহি উপস্থিত হয়

পাকিস্তানত ভাৰতীয় কবিৰ কবিতা পঢ়ি প্ৰতিবাদ কৰা ছাত্ৰী ভাইৰেল, চাওক VIDEO

এফালে ছাত্ৰীগৰাকীয়ে বুটলিছে প্ৰশংসা আৰু আনফালে কিছুমান সুধিলে, ‘পাকিস্তানত কবিৰ অভাৱ হৈছে নেকি?’ কোনোৱে আকৌ ছাত্ৰীগৰাকীৰ এই কাৰ্যক NGOৰ Funding বুলিও ক’লে

JNU Protest: মাছুল বৃদ্ধিৰ বিৰোধিতাৰে সংসদলৈ যোৱা শিক্ষাৰ্থীক লাঠীচাৰ্জ, ৪ মেট্ৰ ষ্টেচনত সেৱা স্থগিত

আৰক্ষীয়ে লাঠীচাৰ্জ কৰাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ। ইয়াৰ মাজতে সংসদৰ সমীপৰ ৪টা মেট্ৰ’ ষ্টেচন স্থগিত কৰা হয়। লগতে ৰিং ৰোডতো তীব্ৰ যান-জঁটৰ সৃষ্টি হয়

মুখ্যমন্ত্ৰীয়ে কৃষ্ণ নৃত্য কৰিব কিন্তু ৰাসত নহয় বলীউডৰ অভিনেত্ৰীৰ সৈতেঃ ৰূপজ্যোতি কুৰ্মী

জ্য চৰকাৰে ৩০ কোটি টকা ব্যয় সাপেক্ষে আয়োজন কৰা ফিল্ম ফেয়াৰ এৱাৰ্ডক লৈ সৰৱ হৈ পৰে মৰিয়নীৰ বিধায়কজন

নিশাই ‘কৃষ্ণ’ক স্থানান্তৰ ওৰাঙলৈ, অৰণ্যত এৰি দিয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

‘কৃষ্ণ’ক বনৰীয়াৰ পৰা পোহনীয়া কৰিবলৈ প্ৰশিক্ষণ দিব চাৰিটা কুনকী হাতীয়ে। প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব ফান্দী ডিম্বেশ্বৰ দাসে