দিল্লী হিংসাঃ প্ৰতিবাদকাৰীয়ে ভাঙিলে ৱ্লেকবৰ্ড, জ্বলালে লাইব্ৰেৰী আৰু স্কুল, চাওক ফটো
উল্লেখ্য যে উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত বৰ্তমানলৈ ৩৯জন লোকে প্ৰাণ হেৰুৱাইছে। ২০০জনতকৈ অধিক হাস্পতালত ভৰ্তি
উল্লেখ্য যে উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত বৰ্তমানলৈ ৩৯জন লোকে প্ৰাণ হেৰুৱাইছে। ২০০জনতকৈ অধিক হাস্পতালত ভৰ্তি
সেই ফটো পাবলৈ ধাৰাসাৰ ধুমুহা বৰষুণৰ মাজতো মৰুভূমিত ৰখি থাকিল জোহেইব
তেওঁৰ নিজৰ ভুলৰ অনুভৱ হোৱাত লগে লগে পোষ্টটো টুইটাৰৰ পৰা আঁতৰাই দিয়ে। কিন্তু পোষ্টটো আঁতৰোৱাৰ পূৰ্বে বিভিন্নজনে তেওঁৰ সেই পোষ্টটোৰ লৈছিল স্ক্ৰীণশ্বট
ছচিয়েল মিডিয়াত এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৰাণু মণ্ডলৰ মেকঅভাৰৰ ফটো। হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে ৰাণু মণ্ডলৰ এই ফটো। লগতে ট্ৰল হৈছে ৰাণুৰ মেকআপ আৰ্টিষ্টো
ৰছীদ পাঠান নামৰ লোকজন এই হত্যাকাণ্ডটোৰ মূল অভিযুক্ত