নতুন বছৰত পুনৰ মাধমাৰ ৰাইজক, বাইকৰ পৰা বিস্কুটলৈ সকলো ব্যয়বহুল
বাইকৰ পৰা বীমালৈ বৃদ্ধি হ’ব দৰ। আহক জানো বৃদ্ধি হোৱা সামগ্ৰীসমূহৰ বিষয়ে…
বাইকৰ পৰা বীমালৈ বৃদ্ধি হ’ব দৰ। আহক জানো বৃদ্ধি হোৱা সামগ্ৰীসমূহৰ বিষয়ে…
দেশৰ নাৰীসকলেও যাতে পুৰুষৰ দৰেই এইখন বাইক চলাব পাৰে তাৰবাবেই Unisex বাইক নিৰ্মাণ কৰাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰ তোলা হৈছে।
বৰপেটা জিলাৰ বাৰাদিত পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে যাত্ৰীবাহী বাছ। এখন বাইক আগত আহি পৰাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে লুটি বাগৰি পৰে… Read More »বৰপেটাত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, বাগৰি পৰিল পথৰ দাঁতিত
৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিয়ে সংবাদকৰ্মীজনক, ফলত থিতাতে মৃত্যু কিশোৰ শৰ্মা নামৰ সংবাদকৰ্মীজনৰ