ঘূৰ্ণীবতাহ নিসৰ্গ VIDEO: মুম্বাইত দেখা গ’ল ঘূৰ্ণীবতাহ নিসৰ্গৰ তাণ্ডৱ, কৰবাত বাগৰিল গছ, কৰবাত উৰিল ছাদ
মুম্বাইৰ আলীবাগত প্ৰচণ্ড বৰষুণ আৰু ধুমুহা। প্ৰায় ৩ ঘণ্টা ধৰি আলীবাগত ঘূৰ্ণীবতাহ নিসৰ্গৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়
মুম্বাইৰ আলীবাগত প্ৰচণ্ড বৰষুণ আৰু ধুমুহা। প্ৰায় ৩ ঘণ্টা ধৰি আলীবাগত ঘূৰ্ণীবতাহ নিসৰ্গৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়
ৰাইজক বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে প্ৰশাসনে। বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, বৰ্তমান মুম্বাইত বতাহ ৮০-৯০ কিলোমিটাৰ বেগত বৈ আছে আনহাতে ধুমুহা আহিলে ইয়াৰ গতি বৃদ্ধি হৈ ১২০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা
মুম্বাই আৰক্ষীয়ে ক’লে যে ছচিয়েল মিডিয়াত বিয়পোৱা অপপ্ৰচাৰৰ বাবে শ্ৰমিকৰ ভিৰ জমা হৈছিল। আৰক্ষীয়ে কোৱা অনুসৰি, আৰু এখন ৰে’ল বিয়লি ৪ বজাত ৰাওনা হোৱাৰ অপপ্ৰচাৰ চলোৱা হৈছিল
Mumbai Metropolitan Region Development Authorityয়ে এই হাস্পতালখন নিৰ্মাণ কৰিছে। মুম্বাই আৰু আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়ন কৰিবলৈ এই অথৰিটীক দায়িত্ব প্ৰদান কৰা হৈছে
মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰথমটো প্লাজমা চিকিৎসা চলোৱা কৰ’ণা আক্ৰান্ত ৰোগীৰ বৃহস্পতিবাৰে মৃত্যু হোৱাা বুলি জানিব পৰা গৈছে। বুধবাৰে প্ৰথমটো প্লাজমা থেৰাপিৰ প্ৰয়োগ সফল হোৱা বুলি সদৰি… Read More »মুম্বাইত অসফল প্লাজমা থেৰাপিৰ প্ৰথম প্ৰয়োগ, কৰ’ণা ৰোগীৰ মৃত্যু
১৯৫২ৰ ৪ চেপ্তেম্বৰত মুম্বাইত জন্ম হৈছিল ঋষি কাপুৰৰ। তেওঁ পৃথ্বীৰাজ কাপুৰ পৰিয়ালত জন্ম হৈছিল। তেওঁৰ পিতৃ ৰাজ কাপুৰো অভিনেতা-পৰিচালক আছিল
এতিয়াও যেন সমাজৰ একাংশই বুজি উঠা নাই কৰ’ণা ভাইৰাছ কিমান ভয়ংকৰ!
নমুনা পৰীক্ষাৰ পিছত কেউজনৰে শৰীৰত ধৰা পৰে কভিড-১৯
চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলৰ বাবে নিজৰ মুম্বাইৰ জুহুৰ হোটেলৰ দুৱাৰ ইতিমধ্যেই খুলি দিছে বলীউডৰ অভিনেতাগৰাকীয়ে