Home » মৃত্যু

মৃত্যু

কেৰালাত গৰ্ভৱতী হাতীৰ মৃত্যু ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে এই ঘটনাটোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছিল। কেৰালাৰ ছাইলেণ্ট বেলী নেচনেল পাৰ্কৰ এটি গৰ্ভৱতী হাতীক কেইজনমান লোকে আনাৰসত ফটকা ভৰাই খুৱাইছিল

ভাৰতত কৰ’ণা দ্ৰুতগতিত বৃদ্ধি, এদিনতে ৬ হাজাৰতকৈ অধিক লোক আক্ৰান্ত

ভাৰতত কৰ’ণাত সক্ৰিয় লোকৰ সংখ্যা হৈছে ৬৯,৫৯৭জন। ইফালে বৰ্তমানলৈ দেশত ৩,৭২০জন লোকৰ মৃত্যু হৈছে কৰ’ণাত আক্ৰান্ত হয়। স্বাস্থ্য মন্ত্ৰালয়ে এই সংখ্যা প্ৰকাশ কৰিছে

কৰ’ণাৰ সন্ত্ৰাসঃ ১ লাখৰ অতিক্ৰম ভাৰতত, বিগত ৩ দিনত ১৫ হাজাৰ লোক আক্ৰান্ত হৈছে, বৰ্তমানলৈ ৩১৬৩জনৰ মৃত্যু

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত বৰ্তমানলৈ ১ লাখ ১১৩৯জন লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত। ইয়াৰে ৩১৬৩জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৩৯১৭৪জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে

উত্তৰ প্ৰদেশত মুঠ আক্ৰান্ত হৈছে ১৭৭৮জন, ২৪৮জন সুস্থ হৈ উঠিছে; ২৬জনৰ মৃত্যু

ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক অনাৰ কামো আৰম্ভ কৰা হৈছে। হাৰিয়ানাৰ পৰা ৮২খন বাছেৰে ২২২৪জন লোকক আজি ৰাজ্যখনলৈ উভতাই অনা হৈছে