কেৰালাত গৰ্ভৱতী হাতীৰ মৃত্যু ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ
উল্লেখ্য যে এই ঘটনাটোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছিল। কেৰালাৰ ছাইলেণ্ট বেলী নেচনেল পাৰ্কৰ এটি গৰ্ভৱতী হাতীক কেইজনমান লোকে আনাৰসত ফটকা ভৰাই খুৱাইছিল
উল্লেখ্য যে এই ঘটনাটোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছিল। কেৰালাৰ ছাইলেণ্ট বেলী নেচনেল পাৰ্কৰ এটি গৰ্ভৱতী হাতীক কেইজনমান লোকে আনাৰসত ফটকা ভৰাই খুৱাইছিল
ভাৰতত কৰ’ণাত সক্ৰিয় লোকৰ সংখ্যা হৈছে ৬৯,৫৯৭জন। ইফালে বৰ্তমানলৈ দেশত ৩,৭২০জন লোকৰ মৃত্যু হৈছে কৰ’ণাত আক্ৰান্ত হয়। স্বাস্থ্য মন্ত্ৰালয়ে এই সংখ্যা প্ৰকাশ কৰিছে
শুকুৰবাৰে পাকিস্তানত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত বৰ্তমানলৈ ৮২ গৰাকী লোকৰ মৃত্যু হৈছে
স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত বৰ্তমানলৈ ১ লাখ ১১৩৯জন লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত। ইয়াৰে ৩১৬৩জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৩৯১৭৪জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে
ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে
ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মাতৃলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ইৰফানে
ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক অনাৰ কামো আৰম্ভ কৰা হৈছে। হাৰিয়ানাৰ পৰা ৮২খন বাছেৰে ২২২৪জন লোকক আজি ৰাজ্যখনলৈ উভতাই অনা হৈছে
এইপৰ্যন্ত আমেৰিকাত মৃত্যুৰ সংখ্যা কমেও ৫০হাজাৰ
ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰত অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছৰ ফলত। ৰাজ্যখনত ৫৬৫২জন লোক আক্ৰান্ত হৈছে