২৪ ঘণ্টাত নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ১৩৮৩জন লোক, ৫০জনৰ মৃত্যুঃ স্বাস্থ্য মন্ত্ৰালয়
ৰাজস্থানত কৰ’ণা ভাইৰাছৰ ফলত আৰু এজন লোকৰ মৃত্যু হয়। ৫৫ বছৰীয়া এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ
ৰাজস্থানত কৰ’ণা ভাইৰাছৰ ফলত আৰু এজন লোকৰ মৃত্যু হয়। ৫৫ বছৰীয়া এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ কেইবাগৰাকীও কৰ্মীক সতৰ্কতা অৱলম্বনৰ আহ্বান জনায়। ইয়াৰ লগতে কেন্দ্ৰটো ছেনিটাইজেছনো কৰা হয়
ভাৰতত এই পৰ্যন্ত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ১৫,৭১২জন।
দিল্লীত সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও মুম্বাই আৰু ইণ্ডোৰত বৰ্তমানেও অব্যাহত আছে আতংক। ইয়াৰ মাজতে আজি লকডাউন ২.০ৰ দ্বিতীয় দিন
মধ্যপ্ৰদেশত কৰ’ণা পজিটিভ লোকৰ সংখ্যা হৈছে ৭৩০, ইয়াত বিগত ২৪ ঘণ্টাত পোহৰলৈ অহা ১২৬জন লোকো অন্তৰ্ভুক্ত
স্বাস্থ্য মন্ত্ৰালয়ে ক’লে যে যথাসময়ত লক ডাউন নকৰিলে ২ লাখলৈ বৃদ্ধি পালেহেঁতেন কৰণা আক্ৰান্তৰ সংখ্যা
কৰ’ণা ভাইৰাছ মহামাৰীৰ ফলত বিগত ২৪ ঘণ্টাত ১৭জন লোকৰ মৃত্যু ঘটিছে আৰু এইপৰ্যন্ত ১৬৬জন লোকৰ মৃত্যু হৈছে
তেওঁ ক’লে, ‘আমি সন্দেহ প্ৰকাশ কৰিছো যে ভাইৰাছত সংক্ৰমিত হোৱাৰ পিছত প্ৰাণ হেৰুওৱা চিকিত্সকগৰাকী কোনো ৰোগীৰ সংস্পৰ্শত আহিছে
এতিয়ালৈকে গুজৰাটত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ১৬জনে