Skip to content
Home » মৃত্যু » Page 2

মৃত্যু

২৪ ঘণ্টাত নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ১৩৮৩জন লোক, ৫০জনৰ মৃত্যুঃ স্বাস্থ্য মন্ত্ৰালয়

ৰাজস্থানত কৰ’ণা ভাইৰাছৰ ফলত আৰু এজন লোকৰ মৃত্যু হয়। ৫৫ বছৰীয়া এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ

কৰ’ণাত আক্ৰান্ত হৈ বতৰ বিজ্ঞান বিভাগৰ কৰ্মীৰ মৃত্যু, সংস্পৰ্শলৈ অহা ১০জন লোক কোৱাৰাণ্টাইন

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ কেইবাগৰাকীও কৰ্মীক সতৰ্কতা অৱলম্বনৰ আহ্বান জনায়। ইয়াৰ লগতে কেন্দ্ৰটো ছেনিটাইজেছনো কৰা হয়

ভাৰতত এইপৰ্যন্ত ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈ ৪১৪ জন লোকৰ মৃত্যু

দিল্লীত সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও মুম্বাই আৰু ইণ্ডোৰত বৰ্তমানেও অব্যাহত আছে আতংক। ইয়াৰ মাজতে আজি লকডাউন ২.০ৰ দ্বিতীয় দিন

দেশত মুঠ কৰণা আক্ৰান্তৰ সংখ্যা ৭,৪৪৭জনলৈ বৃদ্ধি, এইপৰ্যন্ত ২৩৯জনে হেৰুৱাইছে প্ৰাণ

স্বাস্থ্য মন্ত্ৰালয়ে ক’লে যে যথাসময়ত লক ডাউন নকৰিলে ২ লাখলৈ বৃদ্ধি পালেহেঁতেন কৰণা আক্ৰান্তৰ সংখ্যা

কৰ’ণা ভাইৰাছঃ ইণ্ডোৰত কৰ’ণা সংক্ৰমিত এজন ৬২ বছৰীয়া চিকিত্সকৰ মৃত্যু

তেওঁ ক’লে, ‘আমি সন্দেহ প্ৰকাশ কৰিছো যে ভাইৰাছত সংক্ৰমিত হোৱাৰ পিছত প্ৰাণ হেৰুওৱা চিকিত্সকগৰাকী কোনো ৰোগীৰ সংস্পৰ্শত আহিছে

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp