কৰ’ণাৰ ত্ৰাসঃ ভাৰতত মৃতকৰ সংখ্যা ১০৯লৈ বৃদ্ধি; কৰ’ণা আক্ৰান্তই অতিক্ৰম কৰিলে ৪ হাজাৰৰ ঘৰ
স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি আজি পুৱা ৯ বজালৈ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৪০৬৭
স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি আজি পুৱা ৯ বজালৈ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৪০৬৭
ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ভাৰতৰ পৰিস্থিতি
ভাৰতত এইপৰ্যন্ত ৩,২২৯জন লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। ইয়াৰে ২,৯১১জন চিকিৎসাধীন হৈ আছে, সুস্থ হৈ উঠিছে ২৩০জন আৰু ৮৮জন লোকে প্ৰাণ হেৰুৱাইছে
নয়দাত পুনৰ ৫জন লোক আক্ৰান্ত হৈছে। ৪জন ৰোগী ছেক্টৰ-৫স্থিত জেজে কলনী নংগলাৰ বাসিন্দা, এজন ৰোগী বাজিদপুৰৰ বাসিন্দা। দুয়োখন স্থান অস্থায়ীভাৱে ছীল কৰি দিয়া হৈছে
ভাৰতত বৰ্তমান ২০১৪জনৰ দেহত কৰ’ণা পজিটিভ
দেশ-বিদেশৰ বহু লোক আহিছিল নিজামুদ্দিনৰ ধৰ্মীয় সভাত
স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত মুঠ ১,১৭৪ জন লোক আক্ৰান্ত হৈছে কৰ’ণাত
সমান্তৰালকৈ ভাৰতত বৃদ্ধি কৰ’ণাত আক্ৰান্তৰ সংখ্যাও