Skip to content
Home » মৃত্যু » Page 4

মৃত্যু

কৰ’ণাতংকঃ ভাৰতত এইপৰ্যন্ত ২১জনৰ মৃত্যু, ৯৩৫গৰাকী লোক আক্ৰান্ত

৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে মুকলি হেল্পলাইন নম্বৰ। কৰ’ণা সম্বন্ধীয় সকলো সহায়ৰ বাবে ফোন কৰিব পাৰিব জনতাই। অসমৰ বাবে অতিৰিক্ত হেল্পলাইন নম্বৰ – 6913347770/104

ভাৰতত বৰ্তমানলৈ ২০জনৰ মৃত্যু, ৭০০ অতিক্ৰম সংক্ৰমিত ৰোগীৰ সংখ্যা

বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনাইছিল যে কৰ’ণা ভাইৰাছৰ ফলত ৬জনৰ মৃত্যু হোৱা বুলি। মন্ত্ৰালয়ৰ অনুসৰি বৰ্তমানলৈ ১৭জন লোকে প্ৰাণ হেৰুৱাইছে

মহাৰাষ্ট্ৰত কৰ’ণাত সংক্ৰমিত এজন লোকৰ মৃত্যু, ভাৰতত এতিয়ালৈ ৩জনে হেৰুৱালে প্ৰাণ

কৰ’ণা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকজনৰ চিকিত্সা কৰা চিকিত্সকো সংক্ৰমিত হয়। আজি তেওঁক আইছ’লেচন ৱাৰ্ডলৈ প্ৰেৰণ কৰা হ’ব

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp