কৰ’ণা ভাইৰাছঃ বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, প্ৰায় ৩ হাজাৰ লোকৰ প্ৰাণহানি
নেছনেল হেল্থ কমিছন অনুসৰি এই ভাইৰাছৰ মুখ্য কেন্দ্ৰবিন্দু হ’ল হুবেই। ৪৫ গৰাকী হুবেইত, বিজিঙত আৰু হেনানত এজন এজন লোকৰ মৃত্যু হয়
নেছনেল হেল্থ কমিছন অনুসৰি এই ভাইৰাছৰ মুখ্য কেন্দ্ৰবিন্দু হ’ল হুবেই। ৪৫ গৰাকী হুবেইত, বিজিঙত আৰু হেনানত এজন এজন লোকৰ মৃত্যু হয়
হিংসাক লৈ পৃথক-পৃথক থানাত ১৮টা গোচৰ ৰুজু আৰু ১৩০ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ। বুধবাৰৰ দিনটোত কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই
কালিৰ ‘কা’ বিৰোধী প্ৰতিবাদত আহতৰ সংখ্যাই অতিক্ৰম কৰিলে ১৬০ৰো অধিক সংখ্যা
এটা ন্যাস গঠন কৰি চিৰকুমাৰ ধৰণী বৰদলৈয়ে নামঘৰ, অনাথ শিশু সকলৰ সেৱা আশ্ৰমৰ বাবে তেওঁৰ সকলো সম্পত্তি দি থৈ যায়
চীনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা সৰ্বমুঠ ৭৭,০০০ জন
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৯ জন লোক
বতলপল্লীয়ে ক’লে এই দুৰ্ঘটনাটো অসাধাৰণ। আমি বিশ্বাস কৰিব পৰা নাই যে তেওঁ কৰ্মস্থলীৰ সমীপত এই অট্টালিকাটোত কিয় গ’ল
মঙলবাৰে পুৱতিনিশা চীনৰ মিডিয়া আৰু ব্লগাৰে লিউৰ মৃত্যুৰ খবৰ পোনপ্ৰথমে প্ৰকাশ কৰিছিল কিন্তু পিছত এই খবৰটো আঁতৰাই দিছিল
১৯৮০ চনত বাংলা ছবিজগতত পদাৰ্পণ কৰি বহুকেইখন জনপ্ৰিয় ছবি উপহাৰ দিয়া তাপস পালে ১৯৮৪ চনত ‘অবোধ’ নামৰ চিনেমাখনৰ জৰিয়তে বলীউডতো খোজ পেলাইছিল
কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৭০,৫৪৮লৈ