মোদী চৰকাৰক লক্ষ্য কৰি ৰাহুল গান্ধীৰ আক্ৰমণ, ক’লে- ‘লকডাউন বিফল, ইয়াৰ পিছত কি?’
ৰাহুল গান্ধীয়ে ক’লে, ‘যি হ’বলগীয়া আছিল সেয়া নহ’ল। দেশবাসীয়ে জনাটো উচিত যে তেওঁৰ পৰৱৰ্তী ৰণনীতি কি হ’ব
ৰাহুল গান্ধীয়ে ক’লে, ‘যি হ’বলগীয়া আছিল সেয়া নহ’ল। দেশবাসীয়ে জনাটো উচিত যে তেওঁৰ পৰৱৰ্তী ৰণনীতি কি হ’ব
৪ মে’ৰ পৰা ১৭ মে’লৈকে বৃদ্ধি লক ডাউন। ৰেড, গ্ৰীন আৰু অৰেঞ্জ জনৰ বাবে পৃথকে পৃথকে নিৰ্দেশনা কৰা হৈছে
ইয়াৰোপৰি গুৰত্বপূৰ্ণ ঘটনাসমূহত ৬ মাহৰ পৰা ৭ বছৰলৈ শাস্তি প্ৰদান কৰা হ’ব। ৫০ হাজাৰৰ পৰা ২ লাখপৰ্যন্ত জৰিমনা বিহিব লাগিব
ধন আৰু গেছৰ বাহিৰে দেশৰ মহিলা সকলে লাভ কৰিব অন্ন
জনতা কাৰ্ফিউৰ দিনা মোদী চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যে কৰ’ণা ভাইৰাছ বিয়পোৱাত বাধা প্ৰদান কৰিবলৈ ৭৫খন জিলাত লকডাউন কৰা হ’ব
উল্লেখনীয় যে, এই ট্ৰাষ্টত থাকিব জ্যোষ্ঠ অধিবক্তা কেশৱন আয়ংগাৰ পৰাছৰণ, জগতগুৰু শংকৰাচাৰ্য, জগতগুৰু মাধৱানন্দ স্বামী, যোগপুৰুষ পৰমানন্দ জী মহাৰাজ, গোবিন্দ দেৱ গিৰি, অযোধ্যাৰ চিকিত্সক অনিল মিশ্ৰা, কামেশ্বৰ চৌপাল আৰু ধীৰেন্দ্ৰ দাস
প্ৰথম পৰ্যায়ৰ শুনানিত তিনিজনীয়া বিচাৰপীঠত এই কথা প্ৰকাশ
উল্লেখ্য যে দেওবাৰে দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকসকলক নৃশংসভাৱে মাৰপিট কৰা হৈছিল
সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত বায়ু প্ৰদূষণৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ’ব
বিত্তমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে টুইটাৰ, ফেচবুককে আদি কৰি অন্যান্য সামাজিক মাধ্যমসমূহত বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। বিভিন্নজনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ সমালোচনা কৰিছে