Home » লোকসভা

লোকসভা

সংসদত প্ৰধানমন্ত্ৰী মোদীৰ বৃহত্‍ ঘোষণা, ৬৭ একৰ ভূমি ৰাম মন্দিৰ ট্ৰাষ্টক দিয়া হ’ব

নিজৰ ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে, কোটি কোটি দেশবাসীৰ দৰেই ৰাম মন্দিৰ মোৰো হৃদয়ৰ কাষত। এই বিষয়ত আলোচনা কৰাটো মোৰ কাৰণে সৌভাগ্য

বাজেট ২০২০: বাজেট ভাষণত নিৰ্মলাই পঢ়িলে কাশ্মীৰী কবিতা- ‘হমাৰা বতন ডল ঝীল ম্যে খিলতে হুয়ে কমল জ্যেছা…’

তেওঁ ক’লে যে অৰ্থব্যৱস্থাৰ ভিত্তি শক্তিশালী আৰু ২০১৪ৰ পৰা ২০১৯ৰ মাজত চৰকাৰী কামকাজসমূহৰ যথেষ্ট সলনি হৈছে

Photo : Time8

CAB হ’ল CAA

CAAৰ বিৰুদ্ধে আছুয়ে লেখ আবেদন কৰিলে উচ্চতম ন্যায়ালয়ত আৰু ইতিমধ্যেই উচ্চতম ন্যায়ালয়ত গোচৰ পঞ্জীয়ন হৈছে CAAৰ বিৰুদ্ধে

Photo Credit : Deccan Herald

লোকসভাত গৃহীত হ’ল CAB

বিধেয়কখনলৈ সমৰ্থন আগবঢ়ায় শিৱসেনা আৰু জেডিইউয়ে। ইয়াৰ পিছতে মঙলবাৰে পুৱা ১১বজালৈ লোকসভাৰ সকলো কাৰ্যসূচী স্থগিত কৰা হয়

সীমাৰ সুৰক্ষা চৰকাৰৰ কৰ্তব্য, মণিপুৰত ইনাৰ লাইন পাৰমিট বলবৎ হ’বঃ অমিত শ্বাহ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অমিত শ্বাহে ক’লে যে বিলখন .০০১ শতাংশও সংখ্যালঘূসকলৰ বিৰুদ্ধে নহয়

লোকসভাত উত্থাপন হ’ল CAB, অমিত শ্বাহ আৰু অধীৰ ৰঞ্জনৰ মাজত তীক্ষ্ণ বাক-বিতণ্ডা

কংগ্ৰেছে ক’লে এই বিলখন উত্থাপন হোৱাটোৱেই সংবিধান বিৰোধী। কিন্তু অমিত শ্বাহে কৈছিল যেতিয়া বিলখনৰ ওপৰত আলোচনা হ’ব তেতিয়া উত্তৰ দিম