উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ সংঘৰ্ষ, ৯জন নিহত
কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এলেকাটোত বৃহৎ সংখ্যক আৰক্ষী নিয়োজিত কৰা হৈছে। স্কৰপিঅ’ৰ সন্মুখভাগ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে
কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এলেকাটোত বৃহৎ সংখ্যক আৰক্ষী নিয়োজিত কৰা হৈছে। স্কৰপিঅ’ৰ সন্মুখভাগ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে
এই সংঘৰ্ষত উপ-পৰিদৰ্শক শ্যাম কিশোৰ শৰ্মা শ্বহীদ হয়। এই সংঘৰ্ষত আৰক্ষীৰ যথেষ্ট লোকচান হয় যদিও ৪ নক্সালবাদীও নিহত হয়। এই নক্সালবাদী কেইটাৰ ওপৰত লাখ টকাৰ পুৰষ্কাৰ আছিল
ইয়াৰ পূৰ্বে কাশ্মীৰৰ ছপিয়ান জিলাত সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ ৩টা সন্ত্ৰাসবাদী নিহত হৈছিল
দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 09 E848Y আৰু ইন’ভা খনৰ নম্বৰ AS 02 T7440। নিহত বাইক আৰোহীজন অজিত দাস বুলি জানিব পৰা গৈছে
নিহতদ্বয়ৰ পৰা অধিক মাত্ৰাত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ হয়
এই হিংসাত্মক ঘটনাত এজন অধিবক্তা গুৰুতৰভাৱে আহত হয়