ভাৰতত কৰ’ণাঃ ৰাজস্থানত ১২৩জন লোক নতুনকৈ আক্ৰান্ত; ৪জনৰ মৃত্যু, আক্ৰান্ত লোকৰ সংখ্যা ৩০০০ৰ অতিক্ৰম
ইয়াৰে ২৯,৪৫৩টা সক্ৰিয়, ১১,৭০৭জন লোক সুস্থ হৈ উঠিছে আৰু তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হৈছে।
ইয়াৰে ২৯,৪৫৩টা সক্ৰিয়, ১১,৭০৭জন লোক সুস্থ হৈ উঠিছে আৰু তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হৈছে।
সকলো ছাত্ৰ-ছাত্ৰীকে নিজ নিজ জিলাত ৰখা হ’ব কোৱাৰাইণ্টাইনত
মুঠ ১৮ খন বাছেৰে কোটাৰ পৰা ৰাওনা হৈছে দলটো
মুখ্যমন্ত্ৰীক ভাল পায় নে নৰেন্দ্ৰ মোদীক বুলি প্ৰশ্ন ৰাইজক
ঘটনাটোত আৰক্ষী কনিষ্টবল ৰামৰাজ, ৰাজেন্দ্ৰৰ আৰু বাঘচন্দ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আটাইকেইজন আৰক্ষীকে হাস্পতালত ভৰ্তি কৰোৱা হয়
ভাৰতত কৰ’ণা ভাইৰাছে লৈছে মহামাৰীৰ ৰূপ
ছচিয়েল মিডিয়াত উৰা বাতৰি বিয়পোৱা যুৱকজন চুক্তিভিত্তিক চৰকাৰী চাকৰিয়াল
নিহত লোককেইগৰাকীৰ ভিতৰত ৪জন পুৰুষ, ৬ গৰাকী মহিলা আৰু এটি শিশু আছিল
আৰক্ষীয়ে জনোৱা অনুসৰি ৰাজলদেছৰৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এখন বাছ আৰু ভেনৰ মাজত হোৱা মুখামুখি সংৰ্ঘষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো
এতিয়া এই মৃত্যুৰ কিৰিলি থমকি ৰোৱাৰ সলনি বিয়পিব ধৰিছে বুন্দিলৈয়ো