Skip to content
Home » ৰাহুল গান্ধী

ৰাহুল গান্ধী

ৰাহুল গান্ধীৰ দাবী- ৰাইজক ঋণ নহয়, টকাৰ প্ৰয়োজন, দৰিদ্ৰক ৬ মাহলৈ আৰ্থিক সাহায্য প্ৰদান কৰক চৰকাৰে

ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধী বাড্ৰায়েও নিজৰ টুইটাৰ একাউণ্টত একেধৰণৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে

মোদী চৰকাৰক লক্ষ্য কৰি ৰাহুল গান্ধীৰ আক্ৰমণ, ক’লে- ‘লকডাউন বিফল, ইয়াৰ পিছত কি?’

ৰাহুল গান্ধীয়ে ক’লে, ‘যি হ’বলগীয়া আছিল সেয়া নহ’ল। দেশবাসীয়ে জনাটো উচিত যে তেওঁৰ পৰৱৰ্তী ৰণনীতি কি হ’ব

মই পূৰ্বেও কৈছিলো যদি অসমত বিজেপি আহে তেন্তে শান্তি ধ্বংস হ’বঃ ৰাহুল গান্ধী

আজি বিজেপিয়ে দেশৰ অৰ্থ ব্যৱস্থা ধ্বংস কৰি পেলাইছে। দেশৰ প্ৰধানমন্ত্ৰীয়েও দেশৰ অৰ্থনীতিৰ ওপৰত একো নকয়। নৰেন্দ্ৰ মোদীৰ কাম কেৱল দেশক বিভাজন কৰা। বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন ৰাহুল গান্ধীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে ভাৰতত এটাও ডিটেনচন কেম্প নাই, আপুনি কওক কোনে মিছা মাতিছেঃ ৰাহুল গান্ধী

দৰাচলতে বিগত কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ ৰামলীলা মৈদানত অনুষ্ঠিত এটা ৰেলীত কৈছিল যে দেশত ডিটেনচন কেম্পক লৈ বিয়পোৱা ভুৱা বাতৰিসমূহ সম্পূৰ্ণ মিছা

ৰাহুল গান্ধীৰ ডিটেনচন কেম্পৰ ভিডিঅ’ৰ প্ৰত্যুত্তৰত বিজেপিয়ে প্ৰকাশ কৰিলে অসম চৰকাৰৰ ২০১১ৰ প্ৰেছ ৰিলিজ

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছিল, ‘RSSৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত মাতাক মিছা কথা কয়।’ এই টুইটটোৰ সৈতে ৰাহুল গান্ধীয়ে লিখিলে #মিছামিছামিছা।

বিশ্বত ভাৰতে ‘Rape capital’ হিচাপে স্বীকৃতি পাইছে; ক’লে ৰাহুল গান্ধীয়ে

ৰাহুল গান্ধীয়ে ক’লে যে ‘বিশ্বত ভাৰত কু-কৰ্মৰ ৰাজধানী হিচাপে পৰিচয় লাভ কৰিছে। অন্য দেশে এই প্ৰশ্ন উত্থাপন কৰিছে যে ভাৰত কিয় বিফল হৈছে নিজৰ কন্যা আৰু ভগ্নীসকলক ৰক্ষা কৰিবলৈ

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp