Home » Aam Aadmi Party (AAP)

Aam Aadmi Party (AAP)

অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ অতিথি হিচাপে আমন্ত্ৰিত ‘দ্য বেবি মাফলাৰ মেন’

মূৰত আপৰ টুপী,চকুত চশমা, ডিঙিত ক’লা মাফলাৰ,আঁকি লোৱা মোচ আৰু ৰঙা ৰঙৰ ছুৱেটাৰ পৰিহিত কণমানিটি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা দেশজুৰি চৰ্চিত হৈছিল