Skip to content
Home » arvind kejriwal

arvind kejriwal

এসপ্তাহৰ বাবে দিল্লী বৰ্ডাৰ ছীল, চেলুনৰ লগতে খুলিব বজাৰৰ প্ৰতিখন দোকান, খোলা নাখাব স্পা

কেজৰিৱালে ক’লে যে শুকুৰবাৰৰ সন্ধিয়া ৫ বজালৈ নিজৰ পৰামৰ্শ ইমেইলঃ [email protected], হোৱাটছ্এপঃ 8800007722, ভইচমেইলঃ 1031 নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে

প্ৰায় ৪৫০০খন বিচনা বৰ্তমান খালী, চিন্তাৰ কোনো কাৰণ নাইঃ অৰবিন্দ কেজৰিৱাল

চৰকাৰে ১১৭খন ব্যক্তিগত হাস্পতালক আদেশ প্ৰদান কৰা হৈছে যে তেওঁলোকে কৰ’ণা ৰোগীৰ বাবে প্ৰায় ২০ শতাংশ বিচনা খালী ৰাখে

মেলাসদৃশ পৰিৱেশ সুৰাৰ বিপণীত, অৰবিন্দ কেজৰিৱালে ক’লে- ‘ছীল কৰি দিয়া হ’ব’

যদি কোনো দোকানত সামাজিক দূৰত্ব বজাই ৰখা নহয় তেন্তে সেই দোকান বন্ধ কৰি দিয়া হ’ব। সংবাদমেলযোগে এই কথা জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp