Home » arvind kejriwal

arvind kejriwal

এসপ্তাহৰ বাবে দিল্লী বৰ্ডাৰ ছীল, চেলুনৰ লগতে খুলিব বজাৰৰ প্ৰতিখন দোকান, খোলা নাখাব স্পা

কেজৰিৱালে ক’লে যে শুকুৰবাৰৰ সন্ধিয়া ৫ বজালৈ নিজৰ পৰামৰ্শ ইমেইলঃ [email protected], হোৱাটছ্এপঃ 8800007722, ভইচমেইলঃ 1031 নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে

প্ৰায় ৪৫০০খন বিচনা বৰ্তমান খালী, চিন্তাৰ কোনো কাৰণ নাইঃ অৰবিন্দ কেজৰিৱাল

চৰকাৰে ১১৭খন ব্যক্তিগত হাস্পতালক আদেশ প্ৰদান কৰা হৈছে যে তেওঁলোকে কৰ’ণা ৰোগীৰ বাবে প্ৰায় ২০ শতাংশ বিচনা খালী ৰাখে

মেলাসদৃশ পৰিৱেশ সুৰাৰ বিপণীত, অৰবিন্দ কেজৰিৱালে ক’লে- ‘ছীল কৰি দিয়া হ’ব’

যদি কোনো দোকানত সামাজিক দূৰত্ব বজাই ৰখা নহয় তেন্তে সেই দোকান বন্ধ কৰি দিয়া হ’ব। সংবাদমেলযোগে এই কথা জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

দুসপ্তাহলৈ লকডাউন বৃদ্ধি হোৱাৰ সম্ভাৱনা; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন বৃদ্ধি হোৱাৰ ইংগিত প্ৰদান কৰে

গামোচাক মাস্ক হিচাপে ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল

দিল্লী বিধানসভাত NPRৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত, মন্ত্ৰীয়ে ক’লে- ২০১০ৰ নিয়মানুসৰি কৰক বলবৎ

বৃহস্পতিবাৰে গৃহমন্ত্ৰীয়ে সদনত কৈছিল যে NPRৰ কোনো সম্পৰ্ক নাই NRCৰ। পূৰ্বে তেওঁ মন্তব্য কৰিছিল যে প্ৰথমে CAA আহিব পিছত NRC

কৰ’ণা প্ৰভাৱঃ দিল্লীত অনুষ্ঠিত নহয় IPLৰ মেচ, চৰকাৰে বাতিল কৰিলে প্ৰতিখন চেমিনাৰ

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই শুকুৰবাৰে ঘোষণা কৰিলে যে ৰাজধানীত কোনোধৰণৰ সন্মিলন বা চেমিনাৰ আয়োজন কৰাত বাধা প্ৰদান কৰা হৈছে

দিল্লীৰ হিংসাত প্ৰভাৱিত লোকৰ চিকিত্সাৰ দায়িত্ব ল’ব দিল্লী চৰকাৰে, ক্ষতিপূৰণৰো ঘোষণা

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ক’লে যে মৃতকৰ পৰিয়ালক ১০-১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব। লগতে গুৰতৰভাৱে আহত হোৱা লোকসকলক ২ লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে