Home » Barpeta » Page 9

Barpeta

শ্বপিংমলৰ যুৱতী কৰ্মচাৰীক যৌন নিৰ্যাতন, বৰপেটাত চাঞ্চল্য

দীৰ্ঘদিনৰ পৰা যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যুৱকজনে। প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই যৌন নিৰ্যাতন চলোৱা বুলি যুৱকজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ

বৰ্ধমান বিস্ফোৰণত জড়িত অসমৰ ৩ জেহাদীৰ শাস্তি ঘোষণা

বৰ্ধমান বিস্ফোৰণত জড়িত অসমৰ ৩ জেহাদীৰ শাস্তি ঘোষণা, বৰপেটাৰ ছহিদুল ইছলামক ১০ বছৰ,শ্বাহানুৰ আলমক ৮ বছৰ আৰু ছাইকুল ইছলাম খানক ৬ বছৰৰ বাবে কাৰাদণ্ড বিহিলে… Read More »বৰ্ধমান বিস্ফোৰণত জড়িত অসমৰ ৩ জেহাদীৰ শাস্তি ঘোষণা

ৱৰ্ধমান বিস্ফোৰণঃ দোষী সাব্যস্ত ছাহানুৰ আলমকে ধৰি অসমৰ ৩ JMB

২০১৯ৰ ২৮ আগষ্টত NIA-ৰ আদালতে বৰ্ধমান বিস্ফোৰণ সন্দৰ্ভত অসমৰ ৩ জন লোকক দোষী সাব্যস্ত কৰে। NIA-এ ঘটনা সন্দৰ্ভত মুঠ ১৯ জন লোকক দোষী সাব্যস্ত কৰে।… Read More »ৱৰ্ধমান বিস্ফোৰণঃ দোষী সাব্যস্ত ছাহানুৰ আলমকে ধৰি অসমৰ ৩ JMB