Home » CAA oppose

CAA oppose

মুখ্যমন্ত্ৰীৰ বাসস্থান চাবুৱাত আজি আছুৰ ‘জনতাৰ সকীয়নি’

কা অতি শীঘ্ৰে বাতিল কৰক, কা আমি নামানো, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ওলাই আহিছে কা বিৰোধী প্ৰতিবাদী

কা বিৰোধী প্ৰতিবাদত অংশ লোৱা জাৰ্মান ছাত্ৰক ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

জেকব লিণ্ডেলথালে এখন প্লেকাৰ্ড হাতত লৈ ফুৰিছিল য’ত হিটলাৰৰাজৰ দুঃস্মৃতিক সুঁৱৰি লিখা আছিল ‘1933 to 1945; We Have Been There’

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সমীপতে ‘কা’ৰ বিৰুদ্ধে লক্ষাধিক লোকৰ ‘জনতাৰ গৰ্জন’

সাহিত্যিক ডঃ নগেন শইকীয়া, শিল্পী বিপিন চাউদাং,মানস ৰবীন,নীল আকাশকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে কৰিব অংশগ্ৰহণ

‘কা’ প্ৰতিবাদেৰে হিংসাত্মক কাৰ্যকলাপত জড়িত ১৫ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

আৰক্ষী-নিৰাপত্তাৰক্ষীৰ গালৈ শিলগুটি,ইটাৰ টুকুৰা দলিওৱাৰ পাছত প্ৰতিবাদস্থলী অধিক উত্তপ্ত হৈ উঠে

প্ৰস্তুতি তুংগত থকাৰ পিছতো ‘কা’ৰ বিৰুদ্ধে চলা সংগ্ৰামৰ সমৰ্থনত বাতিল কৰা হ’ল ‘চানডুবি মহোৎসৱ’

বিগত ৯ বছৰৰ দৰে এইবাৰো নাছিল ইয়াৰ কোনো ব্যতিক্ৰম। যাৰ বাবে উৎসৱৰ কাম পূৰ্ণগতিত কৰি প্ৰায় সাজু কৰি তোলা হৈছিল