Home » CAB

CAB

Photo : Time8

CAB হ’ল CAA

CAAৰ বিৰুদ্ধে আছুয়ে লেখ আবেদন কৰিলে উচ্চতম ন্যায়ালয়ত আৰু ইতিমধ্যেই উচ্চতম ন্যায়ালয়ত গোচৰ পঞ্জীয়ন হৈছে CAAৰ বিৰুদ্ধে

CAB: ঝাৰখণ্ডৰ পৰা অসমলৈ মেছেজ, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে- মোৰ ওপৰত বিশ্বাস ৰাখক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে মই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যখ আশ্বাস দিছো যে অসমসহ প্ৰতিখন ৰাজ্যৰ পৰম্পৰা, সংস্কৃতি, ভাষাত কোনোধৰণৰ প্ৰভাৱ নপৰিব

ৰাজ্যৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট; অসমীয়াতে কৰিলে টুইট

CAB গৃহীত হোৱাৰ পিছতে অসমবাসীক টুইটাৰযোগে আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিধেয়কখন গৃহীত হোৱাৰ বাবে চিন্তিত নহ’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে

Photo: Time8

CABৰ বিৰোধিতাৰ সময়তে ত্ৰিপুৰাত ২ মহীয়া কণমানিৰ মৃত্যু

ছিপাহীজলা জিলাৰ বিশ্ৰামগঞ্জত দুটা দলৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ৪ ৰাউণ্ড শূন্যলৈ গুলী চলাবলৈ বাধ্য হয়

ৰাজ্যসভাত বিলৰ আলোচনা আৰম্ভ; অমিত শ্বাহে ক’লে- কোটি কোটি লোক লাভৱান হ’ব

কংগ্ৰেছৰ তৰফৰ পৰা আনন্দ শৰ্মাই ক’লে পূৰ্বৰ আৰু বৰ্তমানৰ বিলৰ মাজত যথেষ্ট পাৰ্থক্য আছে, সকলোৰে সৈতে আলোচনাৰ কৰাৰ যি দাবী জনাইছে তাত মই একমত নহয়। ইতিহাসত কি হ’ব সেয়া সময়েহে ক’ব