শান্তি সমদলেৰে নাগালেণ্ডৰ প্ৰতিবাদী জনতা ৰাজপথলৈ
শান্তি ভাৱে ভাগলোৱা এই সমদলত কেৱল প্লেকাৰ্ড লৈ এটাও শব্দ নকৰাকৈয়ে জনতা আগবাঢ়ে ৰাজপথে ৰাজপথে
শান্তি ভাৱে ভাগলোৱা এই সমদলত কেৱল প্লেকাৰ্ড লৈ এটাও শব্দ নকৰাকৈয়ে জনতা আগবাঢ়ে ৰাজপথে ৰাজপথে
CAAৰ বিৰুদ্ধে আছুয়ে লেখ আবেদন কৰিলে উচ্চতম ন্যায়ালয়ত আৰু ইতিমধ্যেই উচ্চতম ন্যায়ালয়ত গোচৰ পঞ্জীয়ন হৈছে CAAৰ বিৰুদ্ধে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে মই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যখ আশ্বাস দিছো যে অসমসহ প্ৰতিখন ৰাজ্যৰ পৰম্পৰা, সংস্কৃতি, ভাষাত কোনোধৰণৰ প্ৰভাৱ নপৰিব
আহত আৰক্ষী জোৱান জনক ইতিমধ্যে ভৰ্তি কৰাইছে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত
CAB গৃহীত হোৱাৰ পিছতে অসমবাসীক টুইটাৰযোগে আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিধেয়কখন গৃহীত হোৱাৰ বাবে চিন্তিত নহ’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে
বুধবাৰেও বন্ধ পালন কৰিলে কেব বিৰোধীয়ে। এই হুলস্থুল পৰিৱেশৰ মাজত ডিব্ৰুগড়ত সংঘটিত হ’ল আন এক ঘটনা
পৰীক্ষা বৰ্জন কৰি প্ৰতিবাদত বহিল ৰাজ্যৰ প্ৰতিখন প’লিটেকনিকৰ ছাত্ৰ
ছিপাহীজলা জিলাৰ বিশ্ৰামগঞ্জত দুটা দলৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ৪ ৰাউণ্ড শূন্যলৈ গুলী চলাবলৈ বাধ্য হয়
কংগ্ৰেছৰ তৰফৰ পৰা আনন্দ শৰ্মাই ক’লে পূৰ্বৰ আৰু বৰ্তমানৰ বিলৰ মাজত যথেষ্ট পাৰ্থক্য আছে, সকলোৰে সৈতে আলোচনাৰ কৰাৰ যি দাবী জনাইছে তাত মই একমত নহয়। ইতিহাসত কি হ’ব সেয়া সময়েহে ক’ব