Home » Cardiac Arrest

Cardiac Arrest

জনপ্ৰিয় বাংলা অভিনেতা তথা প্ৰাক্তন সাংসদ তাপস পালৰ বিয়োগ

১৯৮০ চনত বাংলা ছবিজগতত পদাৰ্পণ কৰি বহুকেইখন জনপ্ৰিয় ছবি উপহাৰ দিয়া তাপস পালে ১৯৮৪ চনত ‘অবোধ’ নামৰ চিনেমাখনৰ জৰিয়তে বলীউডতো খোজ পেলাইছিল