Home » Chandrayaan-2

Chandrayaan-2

২.১ কিলোমিটাৰ নহয়, ৩৩৫ মিটাৰত বিচ্ছিন্ন হৈছিল বিক্ৰমৰ সৈতে ISROৰ যোগাযোগ

৭ ছেপ্টেম্বৰত ইছৰোৰ মুন মিছন চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা ফটোই স্পষ্টভাৱে প্ৰমাণ কৰিছে যে ইছৰোৰ সৈতে বিক্ৰম লেণ্ডাৰৰ যোগাযোগ ৩৩৫ মিটাৰ উচ্চতাত বিচ্ছিন্ন হৈছিল।

চন্দ্ৰযান-২ ভাৰতৰ বাবে বৃহৎ অভিযান, এই মিছনে ভাৰতক উন্নতিৰ দিশে আৰু এখোজ আগবঢ়াবঃ আমেৰিকা

আমি আশাবাদী যে ভাৰতে মহাকাশত স্থান নিৰ্ধাৰণ কৰিবলৈ নিশ্চয় সফল হ’ব, এই কথা ক’লে আমেৰিকাৰ ৰাজনীতিবিদে

To The Moon And Beyond

Vikram Lander of Chandrayaan 2 lost communication with the ground station during the historic Moon landing attempt on the early hours of September 7th, 2019