Home » Delhi Violence

Delhi Violence

শ্বামলিৰ পৰা গ্ৰেপ্তাৰ শ্বাহৰুখ, দিল্লী হিংসাৰ সময়ত আৰক্ষীক টোৱাইছিল পিষ্টল

২৪ ফেব্ৰুৱাৰীত দিল্লী হিংসাৰ সময়ত জাফৰাবাদ এলেকাত এজন যুৱকে ৮ জাঁই গুলি চলাইছিল। এই যুৱকজনে গুলীচালনা কৰাৰ সময়ত এগৰাকী আৰক্ষীক পিষ্টল টোৱাইছিল

দিল্লী হিংসাত বৰ্তমানলৈ ৪৬ জনৰ মৃত্যু, নলাৰ পৰা ওলাই আছে মৃতদেহ

ইয়াৰ পূৰ্বে দেওবাৰেও এই এলেকাটোৰ নলাৰ পৰা উদ্ধাৰ হৈছিল ৩টা মৃতদেহ, আৰক্ষীয়ে মৃতেদহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দিল্লী হিংসাঃ প্ৰতিবাদকাৰীয়ে ভাঙিলে ৱ্লেকবৰ্ড, জ্বলালে লাইব্ৰেৰী আৰু স্কুল, চাওক ফটো

উল্লেখ্য যে উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত বৰ্তমানলৈ ৩৯জন লোকে প্ৰাণ হেৰুৱাইছে। ২০০জনতকৈ অধিক হাস্পতালত ভৰ্তি