Skip to content
Home » Delhi Violence » Page 2

Delhi Violence

দিল্লীৰ হিংসাত প্ৰভাৱিত লোকৰ চিকিত্সাৰ দায়িত্ব ল’ব দিল্লী চৰকাৰে, ক্ষতিপূৰণৰো ঘোষণা

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ক’লে যে মৃতকৰ পৰিয়ালক ১০-১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব। লগতে গুৰতৰভাৱে আহত হোৱা লোকসকলক ২ লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

দিল্লী হিংসাঃ আহত ৫ জনে হেৰুৱালে প্ৰাণ, ২টা মৃতদেহ উদ্ধাৰ, মুঠ ৩৪ জনৰ মৃত্যু, ১৩০ জন গ্ৰেপ্তাৰ

হিংসাক লৈ পৃথক-পৃথক থানাত ১৮টা গোচৰ ৰুজু আৰু ১৩০ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ। বুধবাৰৰ দিনটোত কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই

দিল্লী হিংসাঃ ৰাষ্ট্ৰপতিক সাক্ষাৎ ছোনিয়া-প্ৰিয়ংকা-মনমোহনৰ, গৃহ মন্ত্ৰীক আঁতৰোৱাৰ দাবী

ইয়াৰ লগতে ছোনিয়া গান্ধীয়ে ক’লে যে ঘটনাসমূহক লৈ কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে কেন্দ্ৰ চৰকাৰ আৰু দিল্লী চৰকাৰে চকু মুদা কুলিৰ ভাও জুৰিছে

দিল্লীৰ হিংসাঃ পুনৰ ২টাকৈ মৃতদেহ উদ্ধাৰ

ইফালে ছীলমপুৰ, জাফৰাবাদ, বাবৰপুৰত সুৰক্ষাকৰ্মী মোতায়ন কৰা হ’ব। আজিও দিল্লীৰ পৰিস্থিতি যথেষ্ট অশান্তিকৰ। চিবিআই বৰ্ডে নৰ্থ-ইষ্ট দিল্লীত মুঠ ৮০টা পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা স্থগিত কৰিছে

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp