Skip to content
Home » Education Minister Siddhartha Bhattacharya

Education Minister Siddhartha Bhattacharya

Photo : Time8

শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

বহু কেইখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জাকে জাকে কেব বিৰোধী প্ৰতিবাদ কৰিবলৈ ওলাই অহাত এঘন্টা ধৰি জিলা সদৰ গড়মূৰত স্তব্ধ হৈ পৰে জনজীৱন

Photo : Time8

শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ত; শিক্ষামন্ত্ৰীৰগৃহত কেব বিৰোধী পোষ্টাৰ

অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কেব বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি জাননী জাৰি কৰিছে

শিক্ষামন্ত্ৰীয়ে লগ নিদিলে; আমি প্ৰতাৰিত হৈছো, মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ অভিযোগ

২০ নৱেম্বৰৰ ভিতৰত জনতা ভৱন ঘেৰাও কৰিব বুলিও হুংকাৰ দিয়ে ৰন্ধনকৰ্মীসকলে। তেওঁলোকে কয় যে, সকলো ভেঁকোভাওনা কৰাহে দেখা গ’ল

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp