Skip to content
Home » Elephant » Page 3

Elephant

নিশাই ‘কৃষ্ণ’ক স্থানান্তৰ ওৰাঙলৈ, অৰণ্যত এৰি দিয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

‘কৃষ্ণ’ক বনৰীয়াৰ পৰা পোহনীয়া কৰিবলৈ প্ৰশিক্ষণ দিব চাৰিটা কুনকী হাতীয়ে। প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব ফান্দী ডিম্বেশ্বৰ দাসে

প্ৰশংসা বন বিভাগক দিয়ক; হাতীটো ধৰা বাবে পদ্ম হাজৰিকাক ধন্যবাদ, কিন্তু বন বিভাগে মাতিছিল হাজৰিকাক

লগতে তেওঁ কয় যে, বিভাগীয় ছাৰ্ভেৰ মতে যিটো হাতীয়ে গোৱালপাৰাত উৎপাত কৰিছিল মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল মানুহে লাডেন নাম দিছিল আৰু ‘লাডেন’ৰ যোৱা বছৰতে মৃত্যু হৈছিল।

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp