Home » exams

exams

১ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

লগতে CBSEয়ে এইটো স্পষ্ট কৰি দিছিল যে দশম শ্ৰেণীৰ ৰৈ যোৱা পৰীক্ষাসমূহ কেৱল দিল্লীৰ উত্তৰ-পূব জিলাতে অনুষ্ঠিত হ’ব। আনহাতে CBSEয়ে দ্বাদশ শ্ৰেণীৰ ২৯টা প্ৰধান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব

কৰ’ণা ভাইৰাছঃ পৰীক্ষাত নবহাকৈ অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীক উন্নীত কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে

উপ-মুখ্যমন্ত্ৰী দিনেশ শৰ্মাই ক’লে যে এই সিদ্ধান্ত স্কুলসমূহ বন্ধ কৰাৰ বাবে লোৱা হৈছে। শিক্ষাৰ্থীসকলক সম্পূৰ্ণ বৰ্ষৰ শৈক্ষিক খতিয়ানৰ ওপৰত ভিত্তি কৰিহে উন্নীত কৰা হ’ব।