Home » Gohpur

Gohpur

সাংবাদিক আৰু ১৮ বছৰৰ তলৰ সকলেহে বিৰোধিতা কৰিছে CAB: হিমন্ত বিশ্ব শৰ্মা

‘আমি কৰা উন্নয়নসমূহ ৰাইজৰ আগত দাঙি ধৰক।’- সাংবাদিকসকলক উদ্দেশ্যি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ৰৈ যোৱা দুই এক বাট-পথৰ ৠণাত্মক বাতৰি পৰিবেশন নকৰিবলৈও আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই