Home » Government » Page 3

Government

দিল্লীৰ হিংসাত প্ৰভাৱিত লোকৰ চিকিত্সাৰ দায়িত্ব ল’ব দিল্লী চৰকাৰে, ক্ষতিপূৰণৰো ঘোষণা

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ক’লে যে মৃতকৰ পৰিয়ালক ১০-১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব। লগতে গুৰতৰভাৱে আহত হোৱা লোকসকলক ২ লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

CAA হিংসাঃ মুখ্যমন্ত্ৰী যোগীৰ আদেশ, চৰকাৰী সম্পত্তি ক্ষতি কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা

এজন জ্যোষ্ঠ বিষয়াই জনোৱা অনুসৰি তৃতীয়খন জাননীৰ সময়সীমা সামপ্ত হোৱাৰ পিছত আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব। লক্ষ্ণৌত প্ৰায় ৪.৫৫ কোটি আৰু ৰামপুৰত ১৪.৮৬ লাখ টকাৰ চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন হৈছে

অমিত শ্বাহে ক’লে, চৰকাৰে অযোধ্যাত নিৰ্মাণ কৰিব আকাশলংঘী ৰাম মন্দিৰ

কাশ্মীৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ক’লে যে কাশ্মীৰৰ সমস্যাৰ নিৰ্ণয় নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰদান কৰিছিল