Home » Himanta Biswa Sarma » Page 36

Himanta Biswa Sarma

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান, GMCHত উপস্থিত মন্ত্ৰীগৰাকী

বিজেপিৰ সেৱা সপ্তাহ কাৰ্যসূচী উপলক্ষে ৰক্তদান মন্ত্ৰীগৰাকীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সপ্তাহ উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে এই সেৱা সপ্তাহ

হিমন্ত বিশ্ৱ শৰ্মাৰ কনভয়ৰ গাড়ীৰ খুন্দাত যুৱকৰ মৃত্যুৰ অভিযোগ, ঘটনা সন্দৰ্ভত কি ক’লে মন্ত্ৰীগৰাকীয়ে?

বৃহস্পতিবাৰৰ নিশা বিশ্বনাথৰ বাঘমাৰীত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত নিহত হৈছিল দুই বাইক আৰোহী।