Home » ISIS

ISIS

ভাৰতৰ বিৰুদ্ধে আফগানিস্তানত পাকিস্তানৰ বৃহৎ ষড়যন্ত্ৰ; কৰিব পাৰে আত্মঘাতী আক্ৰমণঃ সূত্ৰ

সূত্ৰ অনুসৰি এই সন্ত্ৰাসবাদী সংগঠনটোৱে বহু লোক ভৰ্তিও হৈছে আৰু এই লোকসকলৰ ভিতৰত আছে কেইবাগৰাকীও ভাৰতীয়

ISISৰ নতুন মুৰব্বী আমাৰ বাবে অৰ্থহীন, শীঘ্ৰে হত্যা কৰা হ’ব বুলি ভাবুকি আমেৰিকাৰ

IS-এ আবু বকৰ অল-বাগদাদীৰ মৃত্যুৰ পিছত বিগত সপ্তাহত আবু ইব্ৰাহিম আল-হাছিমী অল-কুৰেছীক নতুন মুৰব্বীৰ দায়িত্ব প্ৰদান কৰিছিল

বাগদাদীৰ মৃত্যুৰ পিছত ISISৰ মুৰব্বী পদত আব্দুলা কৰদাছ

আমেৰিকাৰ সেনাৰ অভিযানত প্ৰাক্তন মুৰব্বী আবু বকৰ অল বাগদাদীৰ মৃত্যুৰ পিছত নতুন উত্তৰাধিকাৰীৰ দায়িত্ব প্ৰদান আব্দুলা কৰদাছক