Home » Jammu & Kashmir

Jammu & Kashmir

পুলৱামাঃ বাৰুদভৰ্তি বাহনখনৰ স্বত্ত্বাধিকাৰী সন্ত্ৰাসবাদী হিদায়তুল্লা মালিক, ২০১৯ৰ জুলাইৰ পৰা অঞ্চলটোত বিয়পাইছিল সন্ত্ৰাস

ৰাজপোৰা এলেকাৰ আয়গুণ্ডত ৪৫ কেজিসহ এখন ছেণ্ট্ৰ বাহন জব্দ কৰে আৰু জব্দকৃত বাহনখন বিস্ফোৰণ ঘটাই সেনাই

জম্মু-কাশ্মীৰৰ অবন্তীপৰাত হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত, এজন জোৱান ছহীদ

ইয়াৰ পূৰ্বে কাশ্মীৰৰ ছপিয়ান জিলাত সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ ৩টা সন্ত্ৰাসবাদী নিহত হৈছিল