Home » loksabha

loksabha

সংসদত প্ৰধানমন্ত্ৰী মোদীৰ বৃহত্‍ ঘোষণা, ৬৭ একৰ ভূমি ৰাম মন্দিৰ ট্ৰাষ্টক দিয়া হ’ব

নিজৰ ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে, কোটি কোটি দেশবাসীৰ দৰেই ৰাম মন্দিৰ মোৰো হৃদয়ৰ কাষত। এই বিষয়ত আলোচনা কৰাটো মোৰ কাৰণে সৌভাগ্য

বাজেট ২০২০: বাজেট ভাষণত নিৰ্মলাই পঢ়িলে কাশ্মীৰী কবিতা- ‘হমাৰা বতন ডল ঝীল ম্যে খিলতে হুয়ে কমল জ্যেছা…’

তেওঁ ক’লে যে অৰ্থব্যৱস্থাৰ ভিত্তি শক্তিশালী আৰু ২০১৪ৰ পৰা ২০১৯ৰ মাজত চৰকাৰী কামকাজসমূহৰ যথেষ্ট সলনি হৈছে

লোকসভাত উত্থাপন হ’ল CAB, অমিত শ্বাহ আৰু অধীৰ ৰঞ্জনৰ মাজত তীক্ষ্ণ বাক-বিতণ্ডা

কংগ্ৰেছে ক’লে এই বিলখন উত্থাপন হোৱাটোৱেই সংবিধান বিৰোধী। কিন্তু অমিত শ্বাহে কৈছিল যেতিয়া বিলখনৰ ওপৰত আলোচনা হ’ব তেতিয়া উত্তৰ দিম

Photo: The hindu

Big Breaking: লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

কেন্দ্ৰই প্ৰাকে-প্ৰকাৰন্তে কেব অনাৰ বাবে চেষ্টা কৰি কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে বুধবাৰেই CABক অনুমোদন জনাইছিল যদিও কেইবাটাও বিৰোধী পক্ষই ইয়াৰ বিৰোধিতা কৰিছে

Photo Credit : India Today

পুৱা ১১ বজাত লোকসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬

যদি নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদৰ এই শীতকালীন অধিৱেশনত দুয়োটা সদনত গৃহীত হয় তেন্তে ৰাষ্ট্ৰপতিৰ হস্তাক্ষৰৰ পিছত এয়া এখন আইনলৈ পৰিণত হ’ব

গান্ধীলৈ কিমান প্ৰেম আৰু নাথুৰাম গডছেলৈ কিমান ঘৃণা আছে চৰকাৰে কওকঃ অ’ৱেছী

লগতে তেওঁ ক’লে যে ‘এয়া প্ৰথমবাৰ হোৱা নাই, পূৰ্বেও এইধৰণৰ মন্তব্য কৰিছে। এইসমূহ মন্তব্যৰে বুজিব পাৰি যে তেওঁ মহাত্মা গান্ধীৰ শত্ৰু আৰু তেওঁৰ হত্যাকাৰীৰ সমৰ্থক

লোকসভাত প্ৰদূষণ আৰু কাশ্মীৰ সন্দৰ্ভত আলোচনাৰ বাবে প্ৰস্তুত চৰকাৰ

সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত বায়ু প্ৰদূষণৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ’ব