Home » lucknow

lucknow

৩ মাহত আৰম্ভ হ’ব অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণকাৰ্যঃ অমিত শ্বাহ

অমিত শ্বাহে CAA আৰু অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ বিষয়ে উল্লেখ কৰি ক’লে যে, এই সকলো বিষয়ত ৰাহুল, অখিলেশ, মায়াৱতী আৰু মমতাৰ ভাষা আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভাষা একেটাই