Home » Migrant workers

Migrant workers

মুম্বাইৰ বান্দ্ৰাত হাজাৰ হাজাৰ শ্ৰমিকৰ ভিৰ, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচালনা

মুম্বাই আৰক্ষীয়ে ক’লে যে ছচিয়েল মিডিয়াত বিয়পোৱা অপপ্ৰচাৰৰ বাবে শ্ৰমিকৰ ভিৰ জমা হৈছিল। আৰক্ষীয়ে কোৱা অনুসৰি, আৰু এখন ৰে’ল বিয়লি ৪ বজাত ৰাওনা হোৱাৰ অপপ্ৰচাৰ চলোৱা হৈছিল