Skip to content
Home » oath ceremony

oath ceremony

ৰাজ্যসভাৰ সাংসদৰূপে শপত গ্ৰহণ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

১৬ মাৰ্চত ভাৰতৰ সংবিধানৰ ধাৰা ৮০ৰ ১ নং অনুচ্ছেদৰ উপ অনুচ্ছেদ (এ) প্ৰদত্ত ক্ষমতা প্ৰয়োগেৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰিছিল

দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত ‘Baby Mufflerman’

অনুষ্ঠানটিত বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা অৱয়ান তমাৰে অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানলৈ বিশেষ আমন্ত্ৰণ লাভ কৰিছিল

ক্ৰমাগত তৃতীয়বাৰলৈ দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে অৰবিন্দ কেজৰিৱালে

মুখ্যমন্ত্ৰীৰ সৈতে মূল মঞ্চত অতিথিৰূপে আসন ল’বলৈ আমন্ত্ৰণ জনোৱা হয় ৫০গৰাকী লোক, য’ত আছে শিক্ষাবিদৰ পৰা চাফাই কৰ্মচাৰী প্ৰতিনিধি, এম্বুলেন্সৰ ড্ৰাইভাৰকে ধৰি সমাজৰ ভিন্ন স্তৰৰ লোক

অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ অতিথি হিচাপে আমন্ত্ৰিত ‘দ্য বেবি মাফলাৰ মেন’

মূৰত আপৰ টুপী,চকুত চশমা, ডিঙিত ক’লা মাফলাৰ,আঁকি লোৱা মোচ আৰু ৰঙা ৰঙৰ ছুৱেটাৰ পৰিহিত কণমানিটি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা দেশজুৰি চৰ্চিত হৈছিল

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp