Home » onion price

onion price

Photo Credit : Indianexpress.com

কিমানলৈ উঠিব পাৰে বাৰু পিয়াঁজৰ দৰ? ১০০-১৫০ নহয়, এইবাৰ পিয়াঁজৰ দৰ প্ৰতিকেজিত ২৫০ টকা

এই মূল্য বৃদ্ধিৰ বাবে এতিয়া দক্ষিণ ভাৰতত খেতিয়ক সকলে প্ৰতিকেজি পিয়াঁজত লাভ কৰিছে ৪০ৰ পৰা ৫০ টকালৈ

আকৰ্ষণীয় অফাৰ! স্মাৰ্টফোন ক্ৰয় কৰক বিনামূলীয়াকৈ লাভ কৰক পিয়াঁজ

এজন গ্ৰাহকে ক’লে যে, এই অফাৰৰ পিছত তেওঁ দোকানত গৈ নতুন স্মাৰ্টফোন ক্ৰয় কৰিছে আৰু লগতে মই বিনামূলীয়াকৈ লাভ কৰিলো এক কেজি পিয়াঁজ

পিয়াঁজৰ মালা হাতত লৈ পিন্ধাবলৈ আমিনুল ইছলামে কাক বিচাৰি ফুৰিছে বিধানসভাত?

এতিয়া বিৰাট কোহলীৰ চেঞ্চুৰীৰ দৰে পিয়াঁজেও চেঞ্চুৰি কোবাইছে, তাৰ পিছতে পূৰ্বে পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ কৰাসকলৰ সন্ধান নাই, ‘পিয়াঁজ বাবা কি জয়’ বুলি কৈ দামবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে চৰকাৰক সমালোচনা আমিনুল ইছলামৰ