Statements regarding waiving MF loans during polls were ‘political’: CM
The government of Assam has also strengthened the Assam Microfinance Institutions (Regulation of Moneylending) Bill, 2020, informed CM Sarma
The government of Assam has also strengthened the Assam Microfinance Institutions (Regulation of Moneylending) Bill, 2020, informed CM Sarma
A highly placed source of the union claimed that the union leader duo will quit the apex students’ body of the state keeping in mind the ensuing 2021 assembly elections.
Either in coalition or alone, no regional political parties of the state are in an advantageous position to unseat the BJP
২০১৬ত হিলাৰী ক্লিণ্টন ডেমক্রেটিক পার্টীৰ ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে নির্বাচিত হোৱাৰ সময়তে তুলসী গাবার্ডে ডেমক্রেটিক নেচনেল কমিটীৰ উপাধ্যক্ষৰ পৰা পদত্যাগ কৰিছিল
যি থাকৰে পৰিয়ালে অত’ যুগ ধৰি ৰাজনীতিৰ পৰ্দাৰ পিছত থাকি মহাৰাষ্ট্ৰত ৰাজনীতি কৰি আছিলে সেই থাকৰে পৰিয়াল এইবাৰ আহিছে সমুখলৈ
কিছু সময়ৰ পূৰ্বে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগৰ পিছত এইবাৰ মহাৰাষ্ট্ৰৰ নৱ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপি-এন চি পিৰ যুটীয়া চৰকাৰ গঠন হৈছিল