Skip to content
Home » political

political

হিলাৰী ক্লিণ্টনৰ বিৰুদ্ধে ৫০ নিযুত ডলাৰৰ মানহানি গোচৰ তুলসী গাবাৰ্ডৰ

২০১৬ত হিলাৰী ক্লিণ্টন ডেমক্রেটিক পার্টীৰ ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে নির্বাচিত হোৱাৰ সময়তে তুলসী গাবার্ডে ডেমক্রেটিক নেচনেল কমিটীৰ উপাধ্যক্ষৰ পৰা পদত্যাগ কৰিছিল

Photo Credit: Aapla Mahanagar

Breaking: বিধায়ক হিচাপে দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰে ল’লে শপত; মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব উদ্ধৱ থাকৰেই

যি থাকৰে পৰিয়ালে অত’ যুগ ধৰি ৰাজনীতিৰ পৰ্দাৰ পিছত থাকি মহাৰাষ্ট্ৰত ৰাজনীতি কৰি আছিলে সেই থাকৰে পৰিয়াল এইবাৰ আহিছে সমুখলৈ

Photo credit: @Dev_Fadnavis

Big Breaking: মহাৰাষ্ট্ৰৰ নৱ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ

কিছু সময়ৰ পূৰ্বে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগৰ পিছত এইবাৰ মহাৰাষ্ট্ৰৰ নৱ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপি-এন চি পিৰ যুটীয়া চৰকাৰ গঠন হৈছিল

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp